বুধবাৰে চৰাইদেউত জিলা প্ৰশাসনৰ উদ্যোগত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্য্যসূচীত অংশ গ্ৰহন কৰে জিলা বিজেপিৰ মহিলা মৰ্চাৰ বিষয়ববীয়া সকলে।অনুষ্ঠানত চৰকাৰৰ বিভিন্ন আঁচনি সমুহৰ হিতাধিকাৰী সকলৰ অধিক তথ্য সহকাৰে দাঙি ধৰা হৈছে। হিতাধিকাৰী সকল কেনেধৰণে উপকৃত হৈছে ইয়াৰ সম্পৰ্কেও আলোচনা কৰাহয়।যিসকল এই আঁচনি সমুহৰ পৰা বঞ্চিত হৈ আছে, সেই সকলে এই আঁচনি সমুহৰ পৰা কেনেধৰণে লাভৱান হ'ব সেই সম্পৰ্কে অৱগত কৰা হয়। অনুষ্ঠানত চৰাইদেউ জিলাৰ মহিলা মৰ্চাৰ লগতে সোণাৰী মণ্ডলৰ বিষয় ববীয়া সকলে অংশ গ্ৰহন কৰে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গুগল ডুডলত জন্মদিন উপলক্ষে সুধাকন্ঠৰ ডুডল, জনপ্ৰিয় চাৰ্চ ইঞ্জিন গুগলত প্ৰকাশ পালে সুধাকন্ঠৰ ডুডল
গুগল ডুডলত জন্মদিন উপলক্ষে সুধাকণ্ঠৰ ডুডল, জনপ্ৰিয় চাৰ্চ ইঞ্জিন গুগলত প্ৰকাশ পালে সুধাকণ্ঠৰ ডুডল
Delhi Weather: दिवाली से पहले दिल्ली के गैस चैंबर में बदलने की आशंका, सामान्य से अधिक गर्म रह सकता है नवंबर
नई दिल्ली। राष्ट्रीय राजधानी में पटाखों पर प्रतिबंध भले लगा दिया गया हो, लेकिन दीवाली पर...
કુત્બેઆલમ મોહમ્મદ નઝીર રેહમતુલ્લાહ અલયહનો ૬૭ મો ઉર્ષ મુબારક ઉજવાયો | SatyaNirbhay News Channel
કુત્બેઆલમ મોહમ્મદ નઝીર રેહમતુલ્લાહ અલયહનો ૬૭ મો ઉર્ષ મુબારક ઉજવાયો | SatyaNirbhay News Channel
જેસરના ચોક પ્રાથમિક શાળાના શિક્ષકના પ્રશ્ને રજુઆત કરવામાં આવી
જેસરના ચોક પ્રાથમિક શાળાના શિક્ષકના પ્રશ્ને રજુઆત કરવામાં આવી