দেশৰ ভিতৰত দ্বিতীয় আৰু ৰাজ্যৰ ভিতৰত প্ৰথম শ্ৰেষ্ঠ থানাৰ সন্মান লাভ কৰিছে দেৰগাওঁ থানাই । কেন্দ্ৰীয় গৃহমন্ত্ৰনালয়ে প্ৰদান কৰিছে এই স্বীকৃতি । অপৰাধ নিয়ন্ত্ৰয়নত সফলতা , অপৰাধ উদঘাটন ,জনসাধাৰণৰ লগত সু সম্পৰ্ক ৰক্ষা আদি দিশ সমূহৰ ওপৰত ভিত্তি কৰি এই স্থান দখল কৰিবলৈ সক্ষম হৈছে দেৰগাওঁ থানাই । এই সন্মান লাভৰ পিছত এতিয়া উৎফুল্লিত হৈ পৰিছে সমূহ দেৰগাওঁ আৰক্ষী ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
स्कूल में तिलक लगाकर जाने पर बालिकाओं को प्रिंसिपल ने प्रताड़ित किया
कोटा के बोरखेड़ा थाना क्षेत्र में बाल विद्यालय स्कूल में आज उस वक्त हंगामा हो गया जब स्कूल में...
গোলাঘাটৰ সতী সাধনী কলাক্ষেত্ৰত মত বিনিময় অনুষ্ঠানত অংশ গ্ৰহণ কৰিলে উত্তৰ পূৰ্বাঞ্চলৰ কেন্দ্ৰীয়
গোলাঘাটৰ সতী সাধনী কলাক্ষেত্ৰত মত বিনিময় অনুষ্ঠানত অংশ গ্ৰহণ কৰিলে উত্তৰ পূৰ্বাঞ্চলৰ কেন্দ্ৰীয়
કાંકરિયા ઈકા કલબ પાસે યુવકે ટાવર પર ચડીને પડતું મૂક્યું
40 વર્ષયી આજાણ્યા યુવક નું મોત, પોલીસ અને ફાયટ ટિમ દવરા સમજાવટ કરવા છતાં યુવક નીચે ના ઉતર્યો અને...
Ranbir-Alia, Jhanvi Kapoor के साथ Hardik Pandya की भी पसंदीदा गाड़ी है Lexus, मिलते हैं बेहतरीन फीचर्स
जापानी वाहन निर्माता Lexus की ओर से भारत में कई बेहतरीन फीचर्स और दमदार इंजन वाली एसयूवी और...
ધ્રાંગધ્રા શહેરમાંથી મોડી રાત્રે 7 જેટલા આકર્ષક તાજીયાનું ભવ્ય જુલૂસ નિકળ્યું
સુરેન્દ્રનગર જિલ્લાના ધ્રાંગધ્રા શહેરમાં મહોરમ પર્વની આસ્થાભેર ઉજવણી કરવામાં આવી હતી. અને ઝુલુસ...