অসম ফুটবল এচছিয়েছনৰ উদ্যোগত মৰাণত ৰাজ্যিক পৰ্য্যায়ত অনুষ্ঠিত ১৩ বছৰ অনুৰ্ধ য়ুথ লীগ ফুটবল প্ৰতিযোগিতাৰ সামৰনি পৰে । চূূড়ান্ত খেলখনিত জৰিগুৰি ৰূপজ্যোতি স্পৰ্টচ ক্লাৱে ধেমাজি ফুটবল ক্লাৱক ৪-১ গলৰ ব্যৱধানত পৰাস্ত কৰি শ্ৰেষ্ঠ দলৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় । বিজয়ী দলটিৰ খেলুৱৈ মৰাণৰ অৰূপ কৰ্মকাৰে আজি খেলখনৰ শ্ৰেষ্ট গলদাতা আৰু শ্ৰেষ্ঠ খেলুৱৈ হিচাপে সন্মান লাভ কৰিবলৈ সক্ষম হয় । ধেমাজি দলটিৰ খেলুৱৈ ললিত মইছনে শ্ৰেষ্ঠ গল ৰক্ষকৰ সন্মান লাভ কৰে । উল্লেখযোগ্য যে, মৰাণ ৰূপজ্যোতি ফুটবল ক্লাৱে মৰাণ জিলা ক্ৰীড়া সন্থাক প্ৰতিনিধিত্ব কৰি এই প্ৰতিযোগিতাত অংশগ্ৰহন কৰিছিল । ইফালে, চূড়ান্ত খেলখনি উপভোগ কৰি আবেগিক হৈ পৰে অসম ফুটবল সন্থাৰ সহকাৰী সম্পাদক তথা মৰাণৰ বিশিষ্ট ক্ৰীড়া সংগঠক সঞ্জীৱ বৰুৱা । গ্ৰামাঞ্চলৰ খেলুৱৈসকলেৰে গঠিত মৰাণ ৰূপজ্যোতি ফুটবল ক্লাৱে অসমক প্ৰতিনিধিত্ব কৰাৰ যোগ্যতা অৰ্জন কৰাত গৌৰাম্বিত বুলি মন্তব্য আগবঢ়াইছে সঞ্জীৱ বৰুৱাই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সোণাৰিত চৰাইদেউ জিলা ভিত্তিত জাতীয় শ্ৰমিক পৰিষদৰ সমিতি গঠন
সোণাৰিত চৰাইদেউ জিলা ভিত্তিত জাতীয় শ্ৰমিক পৰিষদৰ সমিতি গঠন।
ৰাজ্যৰ শ্ৰমিক সকল বিভিন্ন...
प्रधानमंत्री मोदी ने दिया शहीद-ए-आज़म भगत सिंह को सम्मान : तरुण चुग
डॉ.सुभाष शर्मा के प्रयासों से इतना बड़ा प्रोजेक्ट मिला :तरुण चुग तरुण चुघ और डॉ. सुभाष शर्मा...
Iran President Death: ईरान के राष्ट्रपति की मौत पर Israel में कैसी चर्चा (BBC Hindi)
Iran President Death: ईरान के राष्ट्रपति की मौत पर Israel में कैसी चर्चा (BBC Hindi)
विकसित भारत की आधारशिला रखने वाला बजट: चुग, बजट आत्मनिर्भर भारत की ऊर्जा से ओतप्रोत ,रोजगार सृजन , गरीब, महिला, युवा एवं अन्नदाता कल्याण को समर्पित : चुग, जम्मू कश्मीर का बजट भी विकासमुखी ओर भविष्य गड़ने वाला बजट: चुग
किश्तवाड़ (जम्मू कश्मीर): किश्तवाड़ जिला की इंदरवाल विधनसभा में एक विशाल जनसभा को...
গোলাঘাটত গৃহৰক্ষী জোৱানক নিৰ্মমভাবে প্ৰহাৰ কৰা ঘটনাত প্ৰতিক্ৰিয়া গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যান সন্থাৰ
গোলাঘাটত গৃহৰক্ষী জোৱানক নিৰ্মমভাবে প্ৰহাৰ কৰা ঘটনাত প্ৰতিক্ৰিয়া গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যান সন্থাৰ