'নৰ্থ ইষ্টাৰ্ণ ফায়াৰ ছাৰ্ভিচেছ একাডেমি' (NEFSA)। এই কাৰিকৰী শিক্ষানুষ্ঠানটো পূৰ্বে নেচনেল একাডেমি অব্ ফায়াৰ এণ্ড ছেফটী ইঞ্জিনিয়াৰিং, ডিব্ৰুগড় হিচাপে জনা গৈছিল যদিও পিছলৈ নাম সলনি কৰি 'নৰ্থ ইষ্টাৰ্ণ ফায়াৰ ছাৰ্ভিছেছ একাডেমি' ৰখা হৈছে। স্থাপিত ২০১৬। ভাৰত চৰকাৰৰ নাগপুৰ বিশ্ববিদ্যালয়, চৰ্দাৰ পেটেল বিশ্ববিদ্যালয়, ইউ জি চি আৰু ভাৰত চৰকাৰৰ এইচ আৰ্ ডিৰ অধীনস্থ আৰু এ আই চি টি ই অনুমোদিত ডিব্ৰুগড়ৰ বৰবৰুৱাস্থিত এই শিক্ষানুষ্ঠানটি উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ অগ্নি সেৱা বিভাগৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান। একাডেমিৰ কেম্পাছতে থাকি পাঠ্যক্ৰম অনুসৰি এবছৰৰ পৰা তিনিবছৰ অধ্যয়ন কৰি (অৰ্থাৎ প্ৰশিক্ষণ গ্ৰহণ কৰি) নিজকে চাকৰিৰ বাবে প্ৰস্তুত কৰি তুলিব পাৰে প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীয়ে। উল্লেখ্য যে ভাৰতীয় তেল নিগম (IOC), অইল ইণ্ডিয়া লিমিটেড (OIL), আসাম পেট্ৰ'কেমিকেল প্লান্ট (এ পি চি পি এল), এয়াৰ প'ৰ্ট অথ'ৰিটী অব্ ইণ্ডিয়া, আই টি আই- ৰিহাবাৰী (গুৱাহাটী), ভাৰতীয় ৰিজাৰ্ভ বেংক, পাৱাৰ প্লাণ্ট, ভাৰতীয় ৰেল আদিত চাকৰিৰ ১০০% নিশ্চিতি প্ৰদান কৰে এই শিক্ষানুষ্ঠানটোৱে। ছাত্ৰ আৰু ছাত্ৰী উভয় পক্ষই নামভৰ্তি কৰিব পাৰিব এই শিক্ষানুষ্ঠানত। ইতিমধ্যে আগন্তুক শিক্ষাবৰ্ষৰ বাবে 'কাউঞ্চেলিং'সহ নামভৰ্তি সম্পন্ন হৈছে যদিও চলিত আগষ্ট মাহৰ ভিতৰত নামভৰ্তি কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীয়ে কাউঞ্চেলিঙৰ অবিহনেই নামভৰ্তিৰ সুযোগ লাভ কৰিব। যোগ্যতা - মেট্ৰিক উত্তীৰ্ণ, হাইয়াৰ চেকণ্ডাৰী উত্তীৰ্ণ (যিকোনো শাখাৰ) আৰু বি এছ চি (বিজ্ঞানৰ স্নাতক)। (যোগাযোগৰ নম্বৰ - 9101862482 আৰু 7896084078)।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
प्रधान आरक्षक श्री सी. एल. वर्मा पदोन्नत होकर बने सहायक उप निरीक्षक
थाना गुनौर में पदस्थ प्रधान आरक्षक...
ঘিলামৰা শংকৰদেৱ শিশু নিকেটনৰ সহযোগত ঢকুৱাখনা সংকুলৰ এথলেটিকচ শাখা ক্ৰীড়া সমাৰোহ সম্পন্ন।
পূর্ব নির্ধাৰিত কাৰ্য সুচী অনুসৰি আজি পুৱাৰ পৰা ঘিলামৰা শংকৰদেৱ শিশু নিকেতনৰ...
OnePlus के प्रीमियम Smartphone का Solar Red स्पेशल एडिशन हुआ लॉन्च, फटाफट चेक करें दाम
वनप्लस ने अपने ग्राहकों के लिए OnePlus 11R 5G के 8 GB RAM+128 GB Storage वेरिएंट का Solar Red...
বৰদুমচা আৰু পেঙেৰী আৰক্ষীৰ যুটীয়া অভিযানত কানি সহ এগৰাকী মহিলাক আটক কৰি সংবাদ মাধ্যমৰ আগত মন্তব্য ।
বৰদুমচা আৰু পেঙেৰী আৰক্ষীৰ যুটীয়া অভিযানত কানি সহ এগৰাকী মহিলাক আটক কৰি সংবাদ মাধ্যমৰ আগত মন্তব্য ।
Elvish Yadav in Jail: Noida Police ने ईश्वर और विनय नाम के दो और आरोपियों को गिरफ्तार किया | Aaj Tak
Elvish Yadav in Jail: Noida Police ने ईश्वर और विनय नाम के दो और आरोपियों को गिरफ्तार किया | Aaj Tak