দৰং ৰ দলগাঁও বিধানসভা সমষ্টি ৰ অন্তৰ্গত খাৰুপেটীয়া নগৰ ৰ পৰা ভকতপাৰা লৈ যোৱা পথৰ বাহাবাৰী গাঁও ত মৰণ ফান্দ সদৃশ বাঁহৰ সাঁকো ৰে যাতাযত কৰিছে শ শ পথচাৰী । ৰোগীয়ে চিকিৎসালয় ত বা কৃষক কে বজাৰত আহিবলৈ ৮-১০ কিলোমিটাৰ ঘূৰি আহিব লগীয়া হয় । তিনি বছৰ পূৰ্ব ত ২৫ লাষধিক টকা ত নিৰ্মান কৰা হৈছিল এটা কালভাৰ্ট কিন্তু নিম্ন মান ৰ কাম হোৱা বাবদ নিৰ্মান ৰ কিছু মাহৰ পাছত খহি পৰে কালভাৰ্ট । কালভাৰ্ট খহি পৰা পাছত ৰাইজে শ্ৰম আৰু অৰ্থ দান কৰি নিৰ্মান কৰিছিল বাঁহৰ সাঁকো আৰু আজি লৈ যম যাতনা ভুগি মৰণ ফান্দ সদৃশ্য বাঁহৰ সাঁকো ৰে যাত্ৰা কৰিছে শ শ যাত্ৰী ।বিভাগীয় কৃতিপক্ষ তৰফৰ পৰা আজি লৈ কালভাৰ্ট পুনঃ নিৰ্মান ক্ষেত্ৰত কোনো প্ৰচেষ্টা হাতত লোৱা দেখা নগল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Farmers Protest: Shambhu Border से आज फिर Delhi कूच करेंगे Punjab के किसान, अलर्ट पर पुलिस | Aaj Tak
Farmers Protest: Shambhu Border से आज फिर Delhi कूच करेंगे Punjab के किसान, अलर्ट पर पुलिस | Aaj Tak
बाल दिनानिमित्त निघाली परभणीत रॅली
बाल दिनानिमित्त निघाली परभणीत रॅली
आंखो मे चश्मे का नंबर क्यों आता है और इसे कैसे रोकें? | What causes Myopia and How to control it?
आंखो मे चश्मे का नंबर क्यों आता है और इसे कैसे रोकें? | What causes Myopia and How to control it?
SBI Reward Point Scam: लालच में आए तो खाली होगा बैंक अकाउंट, जानिए बचाव के तरीके
स्कैमर्स लोगों को ठगने के लिए नए -नए तरीके निकालते रहते हैं। इस बार स्कैमर्स ने SBI यूजर्स को...