মঙ্গলবাৰে বিজেপি অবিচি মৰ্চাৰ শিৱসাগৰ জিলাৰ পৰা সবিশেষ সদৰি কৰা তথ্য অনুসৰি জয়সাগৰস্থিত জিলা বিজেপিৰ কাৰ্যালয়ত বিজেপি অবিচি মৰ্চা ৰ শিৱসাগৰ জিলাৰ সভাপতি হৰিপ্ৰসন্ন হাজৰিকাৰ সভাপতিত্বত নৱ গঠিত সমিতি খনৰ পদাধিকাৰী সকলৰ লগতে মণ্ডলৰসভাপতি সকলৰ সৈতে এক মত বিনিময় অনুষ্ঠান ৰূপায়িত কৰাহয়।