ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ খোৱাং উন্নয়ন খণ্ডৰ অন্তৰ্গত বামুনবাৰী গাঁওপঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ শতাধিক লোক বঞ্চিত চৰকাৰী যি কোনো আঁচনিৰ পৰা। সব কা সাথ সব কা বিকাশ শ্লগানেৰে শাসনৰ গাদীলৈ অহা বিজেপি চৰকাৰ খনৰ আচলতে সঁচাকৈ বিকাশ হৈছেনে? ইয়াৰ এক প্ৰকৃত ছবি দাঙি ধৰিছে বামুনবাৰী গাওঁপঞ্চায়তৰ ন নং ৱাৰ্ডত। য'ত শতাধিক পুৰুষ-মহিলা, বৃদ্ধ-বৃদ্ধা, বিকলাংগ লোক আজিও বঞ্চিত অৰুণোদয়, বৃদ্ধ পেঞ্চন, আৱাসগৃহ, বিধৱা পেঞ্চন, অনাময় আচনিৰ পৰা। পঞ্চায়তত আবেদন কৰিও আজিলৈকে কোনো আঁচনিয়ে ঢুকি নাপালে এই সকল দৰিদ্ৰ চাহ শ্ৰমিক সকলক। যাৰ বাবে এতিয়া সংবাদ মাধ্যমৰ আগত মুখ খুলিবলৈ বাধ্য হৈ পৰিছে। লগতে ৰাইজে পঞ্চায়ত সভানেত্ৰী মামণি উজিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে যে আচনিত অন্তৰ্ভুক্ত কৰিবলৈ কলেই গালি গালাজ পাৰি খদি পঠোৱাৰ। এতিয়া প্ৰশ্ন হয় যদিহে সঁচাকৈ এই সকল লোক যি কোনো আচনিৰ পৰা বঞ্চিত তেন্তে এই আচঁনি সমূহত কাক অন্তৰ্ভূক্ত কৰা হৈছে। ই কিন্তু এক ৰহস্য। এই ক্ষেত্ৰত খোৱাং উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ ভূমিকাও কিন্তু ৰহস্যৰ আৱৰ্তত।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
रोहा:-दिघलदरी काकोतिगांव विद्यालय की नयी संचालन और उन्नयन समिति को सौंपा दायित्व।वरिष्ट
पत्रकार बुलन चंद्र नाथ अध्यक्ष, रजनी नाथ
बने उपाध्यक्ष।
रोहा के दिघलदरी काकोतिगांव उच्च माध्यमिक विद्यालय की नयी विद्यालय संचालन और उन्नयन समिति ने आज...
આઠ મહિનાની ગર્ભવતી મહિલાને પેટ પર મારી લાત, TMC કાર્યકર પર આરોપ
પશ્ચિમ બંગાળની રાજધાની કોલકાતામાં આઠ મહિનાની ગર્ભવતી મહિલા સાથે દુષ્કર્મનો મામલો સામે આવ્યો છે....
एसटी बस चा ब्रेक फेल असताना सुध्दा बस चालकाने प्रसंगावधान राखत २७ प्रवाशांचे प्राण वाचवले
एसटी बस चा ब्रेक फेल असताना सुध्दा बस चालकाने प्रसंगावधान राखत २७ प्रवाशांचे प्राण वाचवले
কেমেৰাৰ আগত লাজ পাই মুখ লুকাইছে। বঙাইগাঁৱ FCIৰ ষ্ট’ৰ মেনেজাৰ অমিত বিশ্বাসক গ্ৰেপ্তাৰ CBIৰ৷ উৎকোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ কৰে অমিত বিশ্বাসক ৷
কেমেৰাৰ আগত লাজ পাই মুখ লুকাইছে। উৎকোচ বিচৰাত লাজ লগা নাই দাদাৰ ! বঙাইগাঁৱ FCIৰ ষ্ট’ৰ...
বিটি চিৰ ই এম দিগন্ত বৰুৱা উপস্থিত কলাইগাও আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত
গুন উৎসব উপলক্ষে কলাইগাও আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত ই এম দিগন্ত বৰুৱা