ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰবিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত মৰাণ পান্নালাল।এণ্ড কোম্পেনীৰ তেল ডিপুত XP100 পেট্ৰলৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে ধেমাজীৰ।ভাৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া পাপৰি বৰগোঁহাইয়ে কেক কাটে।IOCLডিব্ৰুগড়ৰ চেলচ্ মেনেজাৰ সৌম্যজিত দলেৰ লগতে ডিপুৰ স্বত্বাধিকাৰ দেৱকীনন্দন আগৰৱাল , হিমালয় আগৰৱাল আৰু ডিপুটোৰ কৰ্মচাৰী ও গ্ৰাহক সকল উপস্থিত থাকে। এই সময়ত ডিপুত তেল লবলৈ অহা গ্ৰাহক সকলক উপহাৰ প্ৰদান কৰাহয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बेहोशी की अवस्था में महिलाओं के साथ बनाता था यौन संबंध, बच्चों की लेता था नग्न तस्वीरें; भारतीय डॉक्टर को US में किया गया गिरफ्तार
वाशिंगटन। अमेरिका में भारतीय मूल के एक 40 वर्षीय डॉक्टर को महिलाओं और बच्चों की अश्लील...
Ram Mandir: दुनिया की 155 नदियों के जल से होगा रामलला का जलाभिषेक, पाकिस्तान भी है शामिल
Ayodhya Temple: 155 नदियों के जल से अयोध्या में भगवान श्रीराम लला (Ram Lala) का अभिषेक किया...
નેશનલ મહાસભા પાર્ટીથી ચોર્યાસી બેઠક પર ઉમેદવારી
નેશનલ મહાસભા પાર્ટી આ પાર્ટી વર્ષ 2021માં જ બની હતી.
સુરતની ચૌર્યાસી વિધાનસભા બેઠકની રોશનલાલ...
মৰাণত ধন দাবীত নামিল দুই RPF (Railway Protection Force) বিষয়া- জোৱান । RPF ৰ Maligaon Internal vigilance group ৰ তদন্ত অব্যাহত
মৰাণত ধন দাবীত নামিল দুই RPF (Railway Protection Force) বিষয়া- জোৱান । RPF ৰ Maligaon Internal...