চিলাপথাৰ নগৰৰ সমীপৰ চিলাগাঁওত আৰক্ষীৰ হাতত পৰিল দুই দুৰ্ধৰ্ষ ড্ৰাগচ সৰবৰাহকাৰী। ধৃত সৰবৰাহকাৰী দ্বয় হ'ল হিতেশ মিলি (৩০) আৰু ইন্দ্ৰকান্ত পাইত (২৬)। লগত জব্দ হ'ল ৫৪.০৯ গ্ৰাম ড্ৰাগচ আৰু এখন AS06M/5676 নম্বৰৰ ৰঙা ৰঙৰ এল্ট গাড়ী,৬ খন এ টি এম কাৰ্ড আৰু দুটা ম'বাইল ফোন। আৰক্ষীৰ হাতত পৰা হিতেশ মিলিৰ ঘৰ জোনাই আৰু ইন্দ্ৰকান্ত পাইতৰ ঘৰ চিলাপথাৰ নতুন মিচিং গাঁওত। প্ৰাপ্ত খবৰ মতে দীৰ্ঘদিনৰ পৰাই ড্ৰাগছ সৰবৰাহত জৰিত বুলি যুৱক দ্বয়ৰ ওপৰত চকু আছিল আৰক্ষীৰ। মংগলবাৰে সন্ধিয়া প্ৰায় ৭ বজাত চিলাপথাৰৰ পৰা জোনাই দিশে গৈ থকা বুলি আৰক্ষীয়ে বিশেষ সূত্ৰে জানিব পাৰি পথত তীব্ৰ সতৰ্কতা অৱলম্বন কৰে। অৱশেষত চিলাপথাৰৰ পৰা জোনাই অভিমুখে তীব্ৰ বেগেৰে গৈ থকা সৰবৰাহকাৰীয়ে ব্যৱহাৰ কৰা ৰঙা ৰঙৰ এল্ট খন খেদি খেদি নি চিলাগাঁও অংশত ধৰিবলৈ সক্ষম হয়। আজি ড্ৰাগচৰ বিৰুদ্ধে চলোৱা আকস্মিক অভিযানৰ নেতৃত্বত আছিল ধেমাজি,জোনাই আৰু চিলাপথাৰৰ আৰক্ষীৰ দল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
उपखण्ड अधिकारी ने किया नाहटा अस्पताल का औचक निरीक्षण
कही ये बात- मरीजों को चिकित्सालय में किसी प्रकार की दिक्कत न हो और यह सुनिश्चित किया जाए
...
'भारत और ऑस्ट्रेलिया की दोस्ती...', जब जयशंकर ने ऑस्ट्रेलियाई विदेश मंत्री की जमकर की सहायता
नई दिल्ली। विदेश मंत्री एस जयशंकर ने पापुआ न्यू गिनी में भूस्खलन प्रभावित एंगा प्रांत में...
Wild elephant create havoc in Tezpur town Saturday night
Wild elephant create havoc in Tezpur
Tezpur : A wild elephant creating havoc in...
વડોદરા: રોડ થી ત્રાહિત જનતા થી નેતા અને અધિકારીઓએ કર્યા આંખ કાન આડા
વડોદરા: રોડ થી ત્રાહિત જનતા થી નેતા અને અધિકારીઓએ કર્યા આંખ કાન આડા
सारी कोशिशों के बाद भी Weight Gain नहीं हो पा रहा? ये हैं असली वजहें | Sehat ep 737
सारी कोशिशों के बाद भी Weight Gain नहीं हो पा रहा? ये हैं असली वजहें | Sehat ep 737