জীৱন্ত কুঁচিয়া খাই মৃত্যু এজন যুৱক। বজালী জিলাৰ পাঠশালাত সংঘটিত হৈছে এই অঘটন। পংকজ ৰয় নামৰ এজন যুৱকে কুঁচিয়া এডাল জীৱন্তে মুখলৈ নি ধেমালি কৰিছিল ভতিজাকৰ লগত৷ কিন্তু অসাৱধানতাৰ বাবেই কুঁচিয়াডাল পেটৰ ভিতৰলৈ সোমাই যোৱাত তীব্ৰ পেটৰ বিষত হয় যুৱকজনৰ। বুধবাৰে স্বাস্থ্যৰ অবনতি ঘটাত পাঠশালা অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসালয়তে মৃত্যু হয় যুবকজনৰ। পংকজ ৰয়ে পাঠশালা কলেজ ৰোডৰ ৰুপম হোটেলত ৰান্ধনী হিচাপে কৰ্মৰত আছিল। যুবকজনৰ অকাল মৃত্যুত সমগ্ৰ অঞ্চলটোত গভীৰ এতিয়া শোকৰ ছাঁ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গোৰেশ্বৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সভাগৃহত ফাৰ্মাৰ চেল গঠন বিষয়ক সভা
গোৰেশ্বৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সভাগৃহত ফাৰ্মাৰ চেল গঠন বিষয়ক সভা
বাক্সা জিলাৰ...
President Mumrmu: 'संस्कृत हमारी संस्कृति की पहचान व देश की प्रगति का रही आधार', राष्ट्रपति ने छात्रों को किया संबोधित
नई दिल्ली। राष्ट्रपति द्रौपदी मुर्मु ने कहा कि संस्कृत भाषा हमारी संस्कृति की पहचान और देश...
US Election Updates: America में राष्ट्रपति चुनाव को लेकर आज वोटिंग, कौन मारेगा बाजी? | Aaj Tak
US Election Updates: America में राष्ट्रपति चुनाव को लेकर आज वोटिंग, कौन मारेगा बाजी? | Aaj Tak