গোৰেশ্বৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সভাগৃহত ফাৰ্মাৰ চেল গঠন বিষয়ক সভা

বাক্সা জিলাৰ গোৰেশ্বৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সভাগৃহত ফাৰ্মাৰ চেল গঠন বিষয়ক সভা অনুষ্ঠিত হৈ যায়।গোৰেশ্বৰ ব্লক ইউপিপিএলৰ উদ্যোগত অনুষ্ঠিত হয় সভাখন । গোৰেশ্বৰৰ বাঘডোবাস্থিত গোৰেশ্বৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত ফাৰ্মাৰ চেল গঠনৰ সম্পৰ্কে আলোচনা সভাত উপস্থিত থাকে বিটিআৰৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ এমচিএলএ পবিত্ৰ কুমাৰ বড়ো কেন্দ্রীয় ফাৰ্মাৰ চেল ইউপিপিএলৰ সভাপতি Nerkhang Khaklary লগতে দলীয় কাৰ্যকৰ্তাসকল উপস্থিত থাকে ।