গোলাঘাটৰ খুমটাই সমষ্টিত যুৱ মৰ্চাৰ বাইক ৰেলী ৷আজাদী কা অমৃত মহোৎসৱ উপলক্ষে খুমটাইত যুৱ মৰ্চাৰ বাইক ৰেলী । ভাৰতীয় জনতা যুৱ মৰ্চা,খুমটাই সমষ্টিৰ উদ্যোগত সমগ্ৰ খুমটাই সমষ্টিত কৰা হৈছে সজাগতামূলক বাইক ৰেলী । কঠালগুৰি আৰু উত্তৰ মণ্ডল যুৱ মৰ্চাৰ উদ্যোগত স্বাধীনতাৰ অমৃত মহোৎসৱৰ প্ৰাকক্ষণত ঘৰ ঘৰ ত্ৰিৰংগা কাৰ্যসুচী সফল ৰূপায়ণৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে এই বাইক ৰেলী । শতাধিক বাইকেৰে ৰেলী কৰি হৰ ঘৰ তিৰংগাৰ কৰা হৈছে ব্যাপক প্ৰচাৰ । খুমটাইৰ ঢেকীয়ালৰ বিজেপিৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি মেলামৰাত শেষ কৰিলে এই ৰেলী । সকলোকে ৰাইজকে স্বাধীনতাৰ অমৃত মহোৎসৱ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান যুৱ মৰ্চাৰ ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વેજલપુર ગામે બાળ લગ્ન ની જાગૃતિ માટે રથ નું આયોજન કરી ગામજનો જાગૃત કરાયા
કાલોલ તાલુકાના વેજલપુર ગામે બાળ લગ્ન ની જાગૃતિ માટે રથ નું આયોજન કરવામાં આવ્યું હતું અને ગામજનો...
Instagram पर पोस्ट और रील्स को रख सकेंगे प्राइवेट, जानिए नया फीचर कैसे करेगा काम
इंस्टाग्राम का इस्तेमाल करते हुए कई बार कुछ पोस्ट केवल कुछ खास लोगों को दिखाने की जरूरत होती है।...
Wrestlers Protest: पहलवानों के धरने के बाद UWW की एंट्री, Brij Bhushan Singh के खिलाफ जांच का अनुरोध
Wrestlers Protest: दिल्ली के जंतर मंतर पर पिछले लगभग एक महीने से पहलवान. बृजभूषण शरण सिंह को...
મોટાં દડવા એલ સી બી જુગાર રમતા દસ જુગારી ઝડપી લીધા
મોટાં દડવા એલ સી બી જુગાર રમતા દસ જુગારી ઝડપી લીધા