গোলাঘাটৰ খুমটাই সমষ্টিত যুৱ মৰ্চাৰ বাইক ৰেলী ৷আজাদী কা অমৃত মহোৎসৱ উপলক্ষে খুমটাইত যুৱ মৰ্চাৰ বাইক ৰেলী । ভাৰতীয় জনতা যুৱ মৰ্চা,খুমটাই সমষ্টিৰ উদ্যোগত সমগ্ৰ খুমটাই সমষ্টিত কৰা হৈছে সজাগতামূলক বাইক ৰেলী । কঠালগুৰি আৰু উত্তৰ মণ্ডল যুৱ মৰ্চাৰ উদ্যোগত স্বাধীনতাৰ অমৃত মহোৎসৱৰ প্ৰাকক্ষণত ঘৰ ঘৰ ত্ৰিৰংগা কাৰ্যসুচী সফল ৰূপায়ণৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে এই বাইক ৰেলী । শতাধিক বাইকেৰে ৰেলী কৰি হৰ ঘৰ তিৰংগাৰ কৰা হৈছে ব্যাপক প্ৰচাৰ । খুমটাইৰ ঢেকীয়ালৰ বিজেপিৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি মেলামৰাত শেষ কৰিলে এই ৰেলী । সকলোকে ৰাইজকে স্বাধীনতাৰ অমৃত মহোৎসৱ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান যুৱ মৰ্চাৰ ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Iran Pakistan Tension: ईरान की पाकिस्तान को दो टूक, कहा- अपने बॉर्डर को कंट्रोल करो (BBC Hindi)
Iran Pakistan Tension: ईरान की पाकिस्तान को दो टूक, कहा- अपने बॉर्डर को कंट्रोल करो (BBC Hindi)
नुकसानग्रस्त शेतकऱ्यांना भरपाई द्या : माजी आमदार, नामदेवराव पवार
कन्नड : तालुक्यातील हजारो हेक्टरवरील खरिपाच्या पिकांचे अतिवृष्टीमुळे मोठ्या प्रमाणात नुकसान झाले...
ডুগডুগীৰ গ্ৰাহকৰ বাবে চেলিব্ৰেচন অফাৰ।
১৮টাকৈ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত অসমলৈ গৌৰৱ কঢিয়াই অনা অসমীয়া কেঁচা গহনাৰ জনপ্ৰিয়...