চৰাইদেউ জিলাৰ সোণাৰি বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত আজি কেইবাটাও আঁচনিৰ শুভাৰম্ভ কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। সমষ্টিটোৰ ভজো, চফ্ৰাই, নাফুক, আইদেউ কাঠনি, লংপতীয়া আদি অঞ্চলত শুভাৰম্ভ কৰা হয় এই আঁচনিসমূহ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ লগত সঙ্গতি ৰাখি চৰকাৰে গ্ৰহণ কৰা পষেকজোৰা কাৰ্যসূচীৰ অংশ হিচাপে ভজোত অমৃত সৰোবৰ খনন কাৰ্যৰ দুটা আঁচনিৰ শুভাৰম্ভ কৰা লগতে চফ্ৰাইতো এই অনুৰূপ কাৰ্যসূচী গ্ৰহণ কৰে বিধায়ক গৰাকীয়ে। আনহাতে সোণাৰিৰ নাফুকত এটা পানী যোগান আঁচনি শুভ উদ্বোধন কৰা লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মিত গৃহও উদ্বোধন কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। ইফালে সমষ্টিটোৰ সাপেখাতি উন্নয়ন খণ্ডৰ অন্তৰ্গত আইদেউবাৰীত জলজীৱন আঁচনি শুভাৰম্ভ কৰা লগতে লংপতীয়াৰ বেং বিল, ভলক বিলত অমৃত সৰোবৰ খনন কাৰ্য শুভাৰম্ভ আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ আধাৰশিলা স্থাপন কৰে বিধায়ক গৰাকীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મારામારીના ગુનામાં છેલ્લા ૧૫ વર્ષથી નાસતા ફરતા લીસ્ટેડ આરોપીને પકડી પાડતી અમરેલી એલ.સી.બી. ટીમ
મારામારીના ગુનામાં છેલ્લા ૧૫ વર્ષથી નાસતા ફરતા લીસ્ટેડ આરોપીને પકડી પાડતી અમરેલી એલ.સી.બી. ટીમ...
Trending Stocks:बाजार के साथ भारत को आगे बढ़ाने में इन 2 Stocks का हाथ, आपने किया निवेश? | Buy Call
Trending Stocks:बाजार के साथ भारत को आगे बढ़ाने में इन 2 Stocks का हाथ, आपने किया निवेश? | Buy Call
कारों में 6 एयरबैग के नियम से क्यों पलटी सरकार?
कारों में 6 एयरबैग के नियम से क्यों पलटी सरकार?
গেলেকী আৰু লিগিৰীপুখুৰী স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন শিৱসাগৰ জিলা আয়ুক্তৰ
শিৱসাগৰ জিলাৰ গেলেকী আৰু লিগিৰীপুখুৰী স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰে জিলা আয়ুক্ত আয়ুস গৰ্গে ৷
મહીસાગર જિલ્લા કોંગ્રેસ સમિતિ દ્વારા મોંઘવારી વિરુદ્ધમાં રેલી યોજવામાં આવી
મહીસાગર જિલ્લા કોંગ્રેસ સમિતિ દ્વારા મોંઘવારી વિરુદ્ધમાં રેલી યોજવામાં આવી