নলবাৰী জিলাৰ বৰভাগৰ এখন ঐতিহাসিক পূজা৷প্ৰবাদ অনুযায়ী কোচৰজা নৰনাৰায়ণৰ দিনৰে পৰা উদযাপিত হোৱা এইখন পূজা আজিও ৰাইজৰ সহযোগত উদযাপন কৰি আহিছে৷বৰভাগৰ আঠঘৰিয়া গাৱঁৰ এটা পৰিয়ালে উক্ত পূজাভাগ উদযাপন কৰি আহিছিল যদিও বৰ্তমান অৰ্থ আৰু কৰ্মকৰ্তাৰ অভাৱত ৰাইজৰ সহযোগত আঠঘৰিয়া বিষহৰি মন্দিৰ প্ৰাংগনত উদযাপিত হয় পূজাভাগ৷এইবেলিও ৰাইজৰ সহযোগত ১৩১তম পূজাভাগ ৰাইজৰ সহযোগত উদযাপিত হৈ আছে৷এইবেলিৰ পূজাত ৰাইজৰ যথেষ্ট সহাৰি পোৱা বুলি উদযাপন সমিতিয়ে জানিব দিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
নকল সোনৰ সাম্ৰাজ্যত আৰক্ষীৰ অভিযান
🔴নকল সোনৰ সাম্ৰাজ্যত আৰক্ষীৰ অভিযান
🔴ডবকাৰ নামডবকা পথাৰ ত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে...
Share Market Alert LIVE | लार्जकैप पर फोकस बढ़ाने पर वक्त!मंथली एक्सपायरी पर क्या करें ट्रेडर?
Share Market Alert LIVE | लार्जकैप पर फोकस बढ़ाने पर वक्त!मंथली एक्सपायरी पर क्या करें ट्रेडर?
মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিৰ উপলক্ষ্য উত্তৰ কমলাবাৰী সত্ৰত গায়ন বায়ন পৰিৱেশন কৰা হয়...
মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিৰ উপলক্ষ্য উত্তৰ কমলাবাৰী সত্ৰত গায়ন বায়ন পৰিৱেশন কৰা হয়...
અમરેલી સ્થિત તાલુકા પંચાયત ગોડાઉન ખાતે સફાઈ કામગીરી શરુ કરવામાં આવી
જિલ્લા વિકાસ અધિકારીશ્રી દિનેશ ગુરવની સંવેદનશીલતા
અમરેલી, તા.૧૩ નવેમ્બર, ૨૦૨૨ (રવિવાર)
શહેરના...
બનાસકાંઠા: સરહદી પંથક સુઈગામમાં ગાજવીજ સાથે મેઘરાજાનું આગમન | Banaskantha News | Varsad na Samachar
બનાસકાંઠા: સરહદી પંથક સુઈગામમાં ગાજવીજ સાથે મેઘરાજાનું આગમન | Banaskantha News | Varsad na Samachar