চৰাইদেউ জিলাৰ মাহমৰাৰ জংঘল ব্লকত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰ লাল নেহেৰুৰ জন্মদিনৰ লগত সংগতি ৰাখি শিশুদিৱস উদযাপন কৰাহয়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰাণ আঞ্চলিক সমিতিৰ সৌজন্যত জংঘল ব্লক শাখা সমিতিৰ উদ্যোগত আয়োজিত এই কাৰ্য্যৰ্সূচীত পুৱাৰ ভাগত পতাকা উত্তোলন শ্বহীদ তৰ্পণৰ পাছতে কণ কণ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। কাৰ্যসূচীত সংগঠনটোৰ জিলা উপসভাপতি পল্লৱ শৰ্মা , উপদেষ্টা ৰামচন্দ্ৰ দত্তৰ লগতে জিলা আৰু আঞ্চলিক বিষয়ববীয়া আৰু বহু সংখ্যক।লোক উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાજ્યમાં ફરી શનિ-રવિ એમ બે દી’ ભારે વરસાદની આગાહી
રાજ્યમાં ફરી ભારે વરસાદની આગાહી કરવામાં આવી છે, દરિયામાં લો પ્રેશર સર્જાતા આગામી 24 કલાકમાં...
Infosys Guidance Prediction | Q4 के कैसे रहेंगे आंकड़ें? Mega Deals का Stock पर कैसा होगा असर?
Infosys Guidance Prediction | Q4 के कैसे रहेंगे आंकड़ें? Mega Deals का Stock पर कैसा होगा असर?
Black Salt: दादी-नानी के जमाने से यूं ही नहीं होता आ रहा इसका इस्तेमाल, सेहत के लिए बहुत गुणकारी है काला नमक
Benefits of Black Salt हर घर में खाने-पीने में काला नमक यूज किया जाता है। कैल्शियम आयरन और...