চৰাইদেউ জিলাৰ মৰাণহাটত অৱস্থি ত মৰাণ মহাবিদ্যালয় খেল পথাৰত শুকূৰবাৰৰ পৰা আৰম্ভ হৈছে খেল মহাৰণ প্ৰতিযোগিতা।শুক্ৰবাৰে মৰাণ পৌৰসভাৰ পৌৰপতি অৰূপ দত্তই উদ্বোধন কৰা প্ৰতিযোগিতা খনিত মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন উপস্থিত থাকি প্ৰতিযোগী সকলক উৎসাহিত কৰে। এই অনুষ্ঠানত মন্ত্ৰীজনৰ উপৰিও মৰাণ গ্ৰাম্য মণ্ডল বিজেপিৰ সভাপতি হৰেন গগৈ, মৰাণ পৌৰসভাৰ উপ পৌৰপতি উদয় শঙ্কৰ গগৈ , ৱাৰ্ড আয়ুক্ত সকল, মৰাণ অঞ্চলৰ বহুকেইগৰকী ক্ৰীড়া সংগঠক উপস্থিত থাকে।এই প্ৰতিযোগিতাত মৰাণ অঞ্চলৰ স্কুল , কলেজৰ বহু ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহন কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મહુવા શહેરના જુના બસ સ્ટેન્ડ પાસે ગટરની ટાકી પર ઢાકણા નો અભાવ જોવા મળી રહ્યો છે
મહુવા શહેરના જુના બસ સ્ટેન્ડ પાસે ગટરની ટાકી પર ઢાકણા નો અભાવ જોવા મળી રહ્યો છે
બિલ્ડરોને ફાયદો કરાવવા કોર્પોરેટરએ ખેડૂતને નિશાને લીધો
#buletinindia #gujarat #vadodara
ৰঙিয়াৰ কৃষক ভৱনত তুলসীবাৰী বহুমুখীৰ শিক্ষয়িত্ৰী অঞ্জলি শৰ্মাৰ অমৰনাথ যাত্ৰা উন্মোচন
ৰঙিয়াৰ কৃষক ভৱনত তুলসীবাৰী বহুমুখীৰ শিক্ষয়িত্ৰী অঞ্জলি শৰ্মাৰ অমৰনাথ যাত্ৰা গ্রন্থ উন্মোচন
Government's ardent desire is that everyone should study in government schools" - Madhu Bangarappa
Government's ardent desire is that everyone should study in government schools" - Madhu Bangarappa
ડીસામાં રાજસ્થાનથી સારવાર માટે આવેલા પરિવારની દીકરી ગુમ થઇ : બે હોમગાર્ડ જવાનોએ દીકરીને શોધી પરિવારને સોંપી
ડીસામાં ફરી એકવાર હોમગાર્ડ જવાનોની સરાહનીય કામગીરી કરી છે. રાજસ્થાનથી હોસ્પિટલમાં સારવાર માટે...