চৰাই দেউ জিলাৰ সোণাৰী চফ্ৰাই বৰপথাৰ গাঁৱত দুহেজাৰ সোতৰ চনতে অ এনজিচিয়ে তৈলখাদৰ খনন আৰু উৎপাদনৰ কাম আৰম্ভ কৰি আহিছে। গাঁওখনলৈ।অহাযোৱা কৰিবলৈ নাফুক আদৰ্শ গাৱৰ একমাত্ৰ পথটি ৰ প্ৰায় চাৰি।কিলো মিটাৰ পথ ব্যৱহাৰ কৰে ONGCৰ গাড়ীসমুহে।ONGCৰ গধুৰ ।গধুৰ গাড়ী সমুহ অহা যোৱাৰ ফলত ৰাষ্টাটোৰ ভালেখিনি।ভাগি যোৱাৰ বাবে ONGC ৰ দায়িত্ব বাহী বিষয়াই ৰাষ্টাটো মেৰামতি কৰিদিয়াৰ লগতে গাঁও খনৰ সকলো সমস্যা।সমাধানৰ প্ৰতিশ্ৰুতি দিছিল ।কিন্তু আজি পৰ্য্যন্ত এই সাতবছৰেও কোনো গুৰুত্ব নিদিয়াৰ ফলত ৰাইজে উত্তাল প্ৰতিবাদ কৰি অনিৰ্দিষ্ট কাললৈ পথ অৱৰোধ।কৰা পৰিলক্ষিত হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Mercedes-Benz जल्द लॉन्च करेगी 2 नई कार, लिस्ट में AMG GLC coupe भी शामिल
AMG GLC 43 कूप जर्मन की सबसे ज्यादा बिकने वाली SUV का पहला वेरिएंट होगा जिसे भारत में लॉन्च किया...
કંજરી ગામે આવેલ શ્રી રામજી મંદિર ખાતે આજથી 31 દિવસીય અખંડ શ્રી રામધુનનો શુભારંભ કરાયો.
હાલોલ તાલુકાના કંજરી ગામે આવેલ પંથકના પ્રસિદ્ધ શ્રી રામજી ભગવાનના મંદિર ખાતે પરમ પૂજ્ય મહંત શ્રી...
તળાજા વિધાનસભા સીટમાં ચાર પાખીયો જંગ,બસપાનો ઉમેદવાર જાહેર..
તળાજા વિધાનસભા બહુજન સમાજ પાર્ટીના પ્રબળ દાવેદાર ભાવનગર મિરરના તંત્રી પી ડી ડાભી દાવેદારી નોંધાવી...