সমাগত পয়সত্তৰ সংখ্যাক স্বাধীনতা দিৱসৰ হৰ ঘৰ ত্ৰিৰংগাৰ সজাগতাৰ বাবে আজি নলবাৰী জিলাৰ ঘগ্ৰাপাৰত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ উদ্যোগত এটি বিশাল বাইক সমদলৰে সজাগতাৰ সৃষ্টি কৰে৷সমদলত মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া,মন্ত্ৰী জয়ন্তমল্ল বৰুৱা,বিজেপি নলবাৰী জিলা সমিতিৰ সভাপতি ডা°মৃগাংক তালুকদাৰ আৰু বিজেপিৰ বড়িগোগ বনভাগ মণ্ডলৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা আদিকৰি কেইবাজনো শীৰ্ষ দলীয় কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Joint Pain: कभी नहीं होगा घुटनो में दर्द, कमर दर्द, और हड्डियों में दर्द - बस ये 3 बातें याद रखो
Joint Pain: कभी नहीं होगा घुटनो में दर्द, कमर दर्द, और हड्डियों में दर्द - बस ये 3 बातें याद रखो
14 ऑक्टोबरला जिल्हा नियोजन समितीची बैठक
रत्नागिरी : शुक्रवार 14 ऑक्टोबर 2022 रोजी सकाळी 11.00 वाजता अल्पबचत सभागृह, जिल्हाधिकारी कार्यालय...
યુવા અગ્રણી વિધાનસભાની ચૂંટણી લડશે
યુવા અગ્રણી વિધાનસભાની ચૂંટણી લડશે