ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ অন্তৰ্গত তিলৈজানত অসম চৰকাৰৰ সমাজকল্যাণ বিভাগৰ দ্বাৰা নিৰ্মাণ কৰা প্ৰায় ২৫ লাখ টকাৰ ব্যয়ৰে সাজি উলিওৱা তিলৈজান মুণ্ডালাইন আদৰ্শ অংগনৱাদী কেন্দ্ৰ শুভউদ্বোধন কৰে বিধায়ক চক্ৰধৰ গগৈয়ে। এই শুভউদ্বোধন কাৰ্যসূচীত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ, খণ্ড উন্নয়ন বিষয়া, পঞ্চায়তৰ সভানেত্ৰীৰ লগতে কেইবাগৰাকী বিষয়া উপস্থিত থাকে। এই আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভউদ্বোধন কৰি বিধায়ক গৰাকীয়ে এই কেন্দ্ৰৰ যোগেদি অঞ্চলটোৰ শিশুসকল সু নাগৰিক হোৱাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে।
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  BREAKING NEWS: बेटी की love Marriage से खफा था परिवार, काट दी दामाद की नाक | Aaj Tak News 
 
                      BREAKING NEWS: बेटी की love Marriage से खफा था परिवार, काट दी दामाद की नाक | Aaj Tak News
                  
   India Maldives Relations: गिले शिकवे छोड़ क्या मालदीव और भारत फिर से क़रीब आ रहे हैं? (BBC Hindi) 
 
                      India Maldives Relations: गिले शिकवे छोड़ क्या मालदीव और भारत फिर से क़रीब आ रहे हैं? (BBC Hindi)
                  
   
  
  
   
  
   
  