ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ অন্তৰ্গত তিলৈজানত অসম চৰকাৰৰ সমাজকল্যাণ বিভাগৰ দ্বাৰা নিৰ্মাণ কৰা প্ৰায় ২৫ লাখ টকাৰ ব্যয়ৰে সাজি উলিওৱা তিলৈজান মুণ্ডালাইন আদৰ্শ অংগনৱাদী কেন্দ্ৰ শুভউদ্বোধন কৰে বিধায়ক চক্ৰধৰ গগৈয়ে। এই শুভউদ্বোধন কাৰ্যসূচীত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ, খণ্ড উন্নয়ন বিষয়া, পঞ্চায়তৰ সভানেত্ৰীৰ লগতে কেইবাগৰাকী বিষয়া উপস্থিত থাকে। এই আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভউদ্বোধন কৰি বিধায়ক গৰাকীয়ে এই কেন্দ্ৰৰ যোগেদি অঞ্চলটোৰ শিশুসকল সু নাগৰিক হোৱাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
આજે કોનો જન્મદિવસ છે, જાણો કેવું રહેશે આવનારું વર્ષ
આજે તમને જન્મદિવસની ખૂબ ખૂબ શુભેચ્છાઓ. 29 ઓગસ્ટે જન્મેલા લોકોનો મૂળાંક 2 હોય છે, જેનો...
मांस-मछली ही नहीं ये 7 शाकाहारी फूड्स भी होते हैं प्रोटीन से भरपूर!
Protein Rich Vegetarian Foods प्रोटीम हमारे शरीर की बनावट के लिए बेहद जरूरी होते हैं। मांसपेशियों...
માં ભોમની રક્ષા કરવા યુવાન થયો તૈયાર.....
માં ભોમની રક્ષા કરવા યુવાન થયો તૈયાર.....
চৰাইদেউ জিলাত কংগ্ৰেছ কৰ্মীয়ে হুৰা হুৰে এৰিছে দল।
চৰাইদেউ জিলাত কংগ্ৰেছ কৰ্মীয়ে হুৰা হুৰে এৰিছে দল
বিজেপিৰ গুৰুত্বপূৰ্ণ সাংগঠনিক সভা দলত যোগদান...