মৰাণ নাহৰকটীয়া মূল সংযোগী পথটো দির্ঘদীন ধৰি অৰ্ধনিমীয়মান অৱস্থাত ৰাখি থোৱা হৈছে । পুৰণি পথটো ভাঙি পেলোৱাৰ লগতে পথটো বহল কৰিবৰ বাবে পেলোৱা মাটিয়ে গোটেই পৰিবেশটো ধূলিময় কৰি পেলাইছে, ইয়াৰ উপৰিও চলন্ত বাহনৰ দ্বাৰা শিলগুটি স্থানচ্যুত হৈ কেইবাগৰাকীও ব্যক্তিক আঘাত কৰিছে । মৰাণৰ পৰা বামুণবাৰী লৈকে এই পথচোৱাৰ কাষত কেইবাখনো বিদ্যালয়ৰ লগতে বহুকেইটা সামাজিক অনুষ্ঠান আছে । ২৪ ঘণ্টাই ধূলিৰ মাজত আবদ্ধ হৈ থাকি বহুকেইগৰাকী ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ব্যক্তি কেইবাজনো ইতিমধ্যে অসুস্থ হৈ পৰিছে । সেয়েহে, আজি প্ৰতিবাদী কাৰ্যসূচীৰ জড়িয়তে মৰাণ ৰাজহ চক্ৰ বিষয়া আৰু মাহমৰা ৰাজহ চক্ৰ বিষয়ালৈ একোখনকৈ স্মাৰক পত্ৰ প্ৰেৰন কৰে চুতীয়া জাতি যুৱ সন্মিলনে । আনহাতে, আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত গঠনমূলক সহযোগিতা নাপালে, পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰা হ'ব বুলি জানিবলৈ দিয়ে সংগঠনটোৱে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बँक ऑफ महाराष्ट्र शाखा तामलवाडी येथील थकीत कर्जदारांची खाती करण्यात आली होल्ड शेतकरी आर्थिक संकटात
बँक ऑफ महाराष्ट्र शाखा तामलवाडी येथील थकीत कर्जदारांची खाती करण्यात आली होल्ड शेतकरी आर्थिक संकटात
पत्रकार से बदसलूकी करने पर 50000 जुर्माना एवं 3 साल की जेल.
इलाहाबाद हाईकोर्ट की टिप्पणी के बाद पीएम और सीएम का भी ऐलान आया है कि, पत्रकारों से अभद्रता करने...
विधि विधान से पूजा अर्चना कर मनाया तीज महोत्सव
विधि विधान से पूजा अर्चना कर मनाया तीज महोत्सव
बूंदी। रोहिणी कुमारी राजपूत महिला फाउंडेशन द्वारा...
બરૌની સ્ટેશન ઉપર બ્લોક થવાને કારણે અમદાવાદ-બરૌની એક્સપ્રેસ અને ગાંધીધામ-કામાખ્યા એક્સપ્રેસ ટ્રેનો પ્રભાવીત રહેશે
પૂર્વ મધ્ય રેલવેના બરૌની સ્ટેશન પર નવી લૂપ લાઇન કમિશનિંગના સંબંધમાં નોન ઇન્ટરલોકિંગ કામ માટે...
मशहूर कॉमेडियन राजू श्रीवास्तव को दिल का दौरा पड़ने के बाद से उनकी हालत सही नहीं हो रही है.
देश के मशहूर कॉमेडियन राजू श्रीवास्तव को दिल का दौरा पड़ने के बाद से उनकी हालत सही नहीं हो रही...