"এক বৃক্ষ দশ পুত্ৰ সম" ৰঙাপৰা মহাবিদ্যালয়ত বৃক্ষৰোপন কাৰ্য্যসূচী। মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে বিভন্ন অনুষ্ঠান,প্ৰতিষ্ঠান,ৰাজহুৱা স্থান,চৌহদ আদি ঠাইত সেউজী ধৰনী নিৰ্মান কৰাৰ লক্ষৰে আৰাম্ভ কৰিছে বৃক্ষ ৰোপন কাৰ্য্যসূচী। এই কাৰ্য্যসূচীৰ অংশৰূপে আজি ৰঙাপৰা মহাবিদ্যালয়ত আজি অংশ হিচাপে ১০৪ জোপা ৰঙা চন্দন ৰোপন কৰা হয় | জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, মুখ্য কাৰ্যবাহী বিষয়া কৰৱী শইকীয়া , অধ্যক্ষ ৰঞ্জন কলিতা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্হিত থাকি মহাবিদ্যালয় প্ৰাঙ্গনত মুঠ ৪০০ জোপা ৰঙা চন্দন ৰোপনৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে |
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
लाडपुरा भाजपा विधायक ने ऐतिहासिक छतरी के पुनर्निर्माण की बात की, कल्पना देवी ने सीएम को लेटर लिखा
लाडपुरा से भाजपा विधायक कल्पना देवी ने मुख्यमंत्री भजनलाल शर्मा को पत्र लिखकर राव सूरजमल जी हाडा...
દિયોદર ના વખા ખાતે જી.વી વાઘેલા કોલેજમાં કાર્યક્રમ યોજાયો..
આજ રોજ 30જાન્યુઆરી જી.વી.વાઘેલા કોલેજ વખામા "ગાંધીનિર્વાણ દિન "અને ગુજરાતી સર્જક સ્વ.મધુસુદન...
ठगी में 420 नहीं अब 316, मर्डर में 302 नहीं 103... जानिए नए कानूनों को, कौन-सी धारा लगेगी?
देश में तीनों नए आज यानी एक जुलाई से कानून लागू हो गए हैं. अब भारतीय न्याय संहिता (BNS), भारतीय...
How To Drink Apple Cider Vinegar For Maximum Weight Loss | Healthy Hamesha
How To Drink Apple Cider Vinegar For Maximum Weight Loss | Healthy Hamesha