"এক বৃক্ষ দশ পুত্ৰ সম" ৰঙাপৰা মহাবিদ্যালয়ত বৃক্ষৰোপন কাৰ্য্যসূচী। মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে বিভন্ন অনুষ্ঠান,প্ৰতিষ্ঠান,ৰাজহুৱা স্থান,চৌহদ আদি ঠাইত সেউজী ধৰনী নিৰ্মান কৰাৰ লক্ষৰে আৰাম্ভ কৰিছে বৃক্ষ ৰোপন কাৰ্য্যসূচী। এই কাৰ্য্যসূচীৰ অংশৰূপে আজি ৰঙাপৰা মহাবিদ্যালয়ত আজি অংশ হিচাপে ১০৪ জোপা ৰঙা চন্দন ৰোপন কৰা হয় | জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, মুখ্য কাৰ্যবাহী বিষয়া কৰৱী শইকীয়া , অধ্যক্ষ ৰঞ্জন কলিতা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্হিত থাকি মহাবিদ্যালয় প্ৰাঙ্গনত মুঠ ৪০০ জোপা ৰঙা চন্দন ৰোপনৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে |
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ફતેપુરા તાલુકા પશુ આરોગ્ય વિભાગની ગંભીર બેદરકારી સામે આવી
ફતેપુરા તાલુકા પશુ આરોગ્ય વિભાગની ગંભીર બેદરકારી સામે આવી.નગરના જાહેર માર્ગ ઉપર રસ્તાની...
প্ৰধানমন্ত্ৰী জন্ম দিন উপলক্ষে জিলা চিকিৎসালয়ত ৰক্তদান কাৰ্যসূচী যুৱ মৰ্চাৰ।
প্ৰধানমন্ত্ৰী জন্ম দিন উপলক্ষে জিলা চিকিৎসালয়ত ৰক্তদান কাৰ্যসূচী যুৱ মৰ্চাৰ।
અંબાજીમાં ગબ્બર તળેટી ખાતે દુકાનોમાં ભીષણ આગ
અંબાજીમાં ગબ્બર તળેટી ખાતે દુકાનોમાં ભીષણ આગ
অনূৰ্ধ্ব ১৯ ভিনু মানকাড় ট্ৰ'ফী ক্ৰিকেট প্ৰতিযোগিতাত অসমৰ হৈ খেলাৰ সুযোগ লাভ বিশ্বনাথৰ দুই যুৱ খেলুৱৈৰ
অহা ৭ অক্টোবৰৰ পৰা বড়োডাত অনুষ্ঠিত হ'বলগীয়া অনূৰ্ধ্ব ১৯ ভিনু মানকাড় ট্ৰ'ফী ক্ৰিকেট প্ৰতিযোগিতাত...
शांति धारीवाल के बयान पर बोले सचिन पायलट- शब्दावली का चयन बहुत महत्वपूर्ण
कांग्रेस के राष्ट्रीय महासचिव व टोंक विधायक सचिन पायलट ने अपनी ही पार्टी के विधायक समेत भाजपा के...