ৰঙিয়াৰ কেন্দ্ৰীয় বিদ্যালয় আৰু ফাতেমা কণভেন্ট বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক লগত লৈ উলিয়ালে চাইকেল ৰেলী । এছ এছ বিৰ ডি আই জি জগদীপ পাল সিঙৰ নেতৃত্বত ছাত্ৰ-ছাত্ৰী সকলৰ লগতে এছ এছ বিৰ জোৱান সকলে অংশগ্ৰহণ কৰে এই ৰেলীত । ৰঙিয়াৰ পৰা আৰম্ভ কৰা চাইকেল ৰেলীত প্ৰত্যেকে নিজৰ নিজৰ চাইকেলত ত্ৰিৰংগা পতাকা আৰি হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক এক সজাগতা মূলক চাইকেল ৰেলী উলিয়াই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ওপৰত মাজুলী জিলা কংগ্ৰেছৰ সভাপতি দধি বৰুৱাৰ মন্তব্য
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ওপৰত মাজুলী জিলা কংগ্ৰেছৰ সভাপতি দধি বৰুৱাৰ মন্তব্য
क्या Election Commission ने चुनावी आचार संहिता के उल्लंघन के सवाल का जवाब नहीं दिया? |Padtaal|
क्या Election Commission ने चुनावी आचार संहिता के उल्लंघन के सवाल का जवाब नहीं दिया? |Padtaal|
2025 में भारत में लॉन्च होने वाले कुछ प्रमुख स्मार्टफोन हैं:
2025 में भारत में लॉन्च होने वाले कुछ प्रमुख स्मार्टफोन हैं:
* **Samsung Galaxy S25...
कांग्रेस अध्यक्ष मल्लिकार्जुन खड़गे पर भूमि घोटाले का आरोप, एयरोस्पेस उद्यमी बनकर बेंगलुरु के डिफेंस पार्क में ली 5 एकड़ जमीन
कांग्रेस अध्यक्ष मल्लिकार्जुन खड़गे पर भारतीय जनता पार्टी ने बड़ा आरोप लगाया है। भाजपा के...
দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনকলৈ কি মন্তব্য কৰিলে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে
দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনকলৈ কি মন্তব্য কৰিলে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে
দেউৰী স্বায়ত্ব...