আঙুৰলতা ডেকাৰ ঘৰ ঘেৰাও কৰাৰ হুংকাৰ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ। সোণাৰিত আহোম জনগোষ্ঠীক কৰা অপমানৰ ক্ষমা খোজাৰ দাবী।

BJP নেত্ৰী আঙুৰলতা ডেকাৰ বিৰুদ্ধে সৰৱ সদৌ টাই আহোম ছাত্ৰ সন্থা। সোণাৰিত আঙুৰলতা ডেকাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী সদৌ টাই আহোম সন্থাৰ চৰাইদেউ জিলা সমিতিৰ। আঙুৰলতা ডেকাৰ নেতৃত্বত হোৱা ৰেলীত আহোম জনগোষ্ঠী মুর্দাবাদ ধ্বনিৰ বিৰোধিতাৰে সোণাৰিৰ লাচিত উদ্যানত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন সংগঠনটোৰ।