ৰহা ৰ পূব শালমৰাত উদ্ধাৰ দুষ্প্ৰাপ্য কাছ উদ্ধাৰ কৰি কলং নদীত এৰি দিয়ে।

   জানিব পৰা মতে ৰহা পূব শালমৰা নিবাসী দিনেশ দাস নামৰ ব্যক্তিয়ে ৰহা বজাৰৰ পৰা ঘৰলৈ যোবাৰ সময়ত বাটত এটা দুষ্প্ৰাপ্য কাছ দেখে আৰু উদ্ধাৰ কৰি আজি দুজন ব্যক্তি ৰাজেশ দাস আৰু পংকজ দাসৰ সহযোগত ৰহা পুৰনাচাৰিআলী কলং নদীত এৰি প্ৰকৃতি প্ৰেমৰ পৰিচয় দিয়ে।