চৰাইদেউ জিলাৰ সোণাৰীত বৃহস্পতি বাৰে হ'ব লগাঅৰুনোদয় আচনিৰ নতুন হিতাধিকাৰী সকলৰ স্বীকৃতি পত্ৰ প্ৰদানৰ অনুষ্ঠান বাতিল হোৱাৰ সম্পৰ্কত মৰাণহাটত প্ৰতিক্ৰিয়া।ব্যক্ত।কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে।ধুমুহাৰ বাবে সভাগৃহ বিধ্বস্ত।হোৱাৰ বাবেই বাতিল হয় অনুষ্ঠানৰ কাৰ্য্যসূচী।পুনৰ কাইলৈ একে স্থানতে অৰুনোদয় আঁচনিৰ স্বীকৃতি পত্ৰ প্ৰদানৰ উপৰিও ছাত্ৰ -ছাত্ৰীৰ মাজত চাইকেল বিতৰণৰ কাৰ্য্যসূচীও অনুষ্ঠিত হ'ব বুলি সদৰি কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
@ગીર સોમનાથ માં જેટકો ના પેટા કોન્ટ્રાક્ટ હેઠળ ચાલતી આઉટસોર્સિંગ કંપનીના કર્મચારીઓ કાળી પટ્ટી ધારણ..
@ગીર સોમનાથ માં જેટકો ના પેટા કોન્ટ્રાક્ટ હેઠળ ચાલતી આઉટસોર્સિંગ કંપનીના કર્મચારીઓ કાળી પટ્ટી ધારણ..
खैराची तोड करणाऱ्यांवर कारवाईसाठी गेलेल्या वनविभागाच्या कर्मचाऱ्यांवर दगडफेक
मंडणगड : उत्तर रत्नागिरीतील मंडणगड या तालुक्यांमध्ये मोठ्या प्रमाणात जंगलतोड सुरू असून...
ৰাইদঙীয়াৰ বিংশতিতম আঞ্চলিক ৰাস মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহন মন্ত্ৰী যোগেন মহনৰ
ৰাইদঙীয়াৰ বিংশতিতম আঞ্চলিক ৰাস মহোৎসৱ’ৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহন মন্ত্ৰী যোগেন মহনৰ
ननिहाल जाने की कहकर दो मासूम बच्चियों सहित विधवा महिला लापता, गांव के एक युवक पर भगा ले जाने का आरोप
टोंक। जिले के बनेठा पुलिस थाना क्षेत्र के ककोड़ कस्बा से गत 20 जून को एक विधवा महिला अपनी दो मासूम...