স্বাধীনতাৰ ৭৫ বছৰ পুৰ্তি তথা আজাদী কা অমৃত মহোৎসৱ' ৰ অংগ হিচাপে "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসুচী সফল ৰূপায়ন কৰাৰ উদ্দেশ্যে এতিয়া চাৰিও ফালে সচেতনতা ৰেলি৷ ১৩ আগষ্টৰ পৰা ১৫ আগষ্ট লৈ প্ৰতি ঘৰতে ত্ৰিৰংগা পতাকা উৰুৱাবলৈ ৰাইজক সজাগ কৰিবলৈ এতিয়া চাৰিও ফালে সজাগতা ৰেলি৷ পুৱাই বন্দে মাতৰম,ভাৰত মাতা কি জয় ধ্বনীৰে প্ৰতিধ্বনিত হল চাৰিদুৱাৰৰ আকাশ বতাহ । চাৰিদুৱাৰস্থীত ৩০ নং বেটেলিয়নৰ সহযোগত বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰী সকলৰ উদ্যোগত পুৱাই প্ৰভাত ফেৰী সমদল বাহিৰ কৰে। বিদ্যালয়খনৰ সহস্ৰাধিক ছাত্ৰ ছাত্ৰী শিক্ষক সমাজ আৰু অৰ্ধ সামৰিক জোৱানসকলে অংশগ্ৰহন কৰা এই ৰেলী প্ৰায় ৫ কি.মি অঞ্চল পৰিভ্ৰমন কৰি অঞ্চল ৰাইজক ১৩ ৰ পৰা১৫ আগষ্টলৈ প্ৰতিঘৰতে দেশৰ গৌৰৱজ্বল ইতিহাসৰ সাক্ষী সকলি ত্ৰিৰংগা উৰুৱাবলৈ আহ্বান জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
गर्मियों में बढ़ जाता है त्वचा पर फंगल इंफेक्शन का खतरा, एक्सपर्ट से जानें इससे बचाव के तरीके
गर्मी में तेज और चिलचिलाती धूप स्किन को कई तरह के नुकसान पहुंचाती है। धूप और लू की वजह से स्किन...
Rohit Pawar Photo Viral : छत्री असतानाही रोहित पवार पावसात भिजले, पण का?Maharashtra News
Rohit Pawar Photo Viral : छत्री असतानाही रोहित पवार पावसात भिजले, पण का?Maharashtra News
કાલોલ ખાતે ભાજપ,કોંગ્રેસના અગ્રણીઓ દ્વારા બાબા સાહેબ આંબેડકરની પ્રતિમા પર પુષ્પમાળા અર્પણ કરી ૭૫ માં સંવિઘાન દિવસની ઉજવણી કરી
કાલોલ ખાતે ભાજપ,કોંગ્રેસના અગ્રણીઓ દ્વારા બાબા સાહેબ આંબેડકરની પ્રતિમા પર પુષ્પમાળા અર્પણ...
2000 रुपये सस्ता मिलेगा LG की ये 43 इंच का Smart TV, यहां जानें जरूरी ऑफर्स और कीमत
अगर आप स्मार्ट टीवी खरीदना चाहते हैं और आपको एक 43 इंच का टीवी लेना चाहते हैं तो ये आर्टिकल आपके...