দৰঙৰ খাৰুপেটীয়াৰ এখন ৰেষ্টুৰেন্টত কৰ্মৰত নলবাৰীৰ এজন হিন্দু যুৱকে হিন্দু ধৰ্ম এৰি গ্ৰহণ কৰিলে ইছলাম ধৰ্ম । নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানা এলেকাৰ দীপাংকৰ মহন্ত নামৰ হিন্দু যুৱক জনে মঙলদৈ আদালতত আইনী প্ৰক্ৰিয়াৰ জৰিয়তে গ্ৰহণ কৰে ইছলাম ধৰ্ম ।দীপাংকৰ মহন্তই ধৰ্ম পৰিবৰ্তন কৰি নাম ৰাখিলে ছফিকুল ইছলাম। দীপাংকৰ মহন্তৰ নতুন পৰিচয় এতিয়া ছফিকুল ইছলাম । সৰুতেই সপোন দেখিছিল জীয়াই থকালৈকে ইছলাম ধৰ্ম মানি চলিব । অৱশেষত মঙলদৈ আদালতত আইনী প্ৰক্ৰিয়াৰ যোগেদি হিন্দু ধৰ্ম ত্যাগ কৰি গ্ৰহণ কৰিলে ইছলাম ধৰ্ম । বৰ্তমান তেওঁ আদায় কৰে নামাজ । আহৰণ কৰিবলৈ লৈছে ইছলাম ধৰ্মৰ জ্ঞান । ইছলাম ধৰ্মৰ জ্ঞান লাভ কৰিবলৈ তবলিগী জামাতত যাব বুলি জনায় যুৱকজনে । উল্লেখ্য যে , মাতৃৰ মৃত্যুৰ পাছত পিতৃয়ে পুনৰ বিয়া পাতি খা খবৰ নোলোৱা হৈছে দীপাংকৰৰ । ঘৰলৈ গলেও পৰিয়ালে উভতাই পঠিওৱাই বুলি মন্তব্য কৰে যুৱক জনে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
NHPCৰ কৰ্মচাৰীৰ কিশোৰীক যৌন নিৰ্যাতন, চিলাপথাৰত প্ৰতিক্ৰিয়া প্ৰকাশ SMSSৰ সহ সম্পাদক ৰুদ্ৰ ভূঞাঁৰ
NHPCৰ কৰ্মচাৰীয়ে কিশোৰীক যৌন নিৰ্যাতন চলোৱা সন্দৰ্ৱত চিলাপথাৰত প্ৰতিক্ৰিয়া প্ৰকাশ ছাত্ৰ মুক্তি...
દેવગઢ બારીયા તાલુકા ના ઉધાવળા તાલુકા પંચાયત સીટ ના પ્રમુખ કાર્યકર્તાઓ સાથે સંગઠનાત્મક બેઠક યોજાઈ.
દેવગઢ બારીયા તાલુકા ના ઉધાવળા તાલુકા પંચાયત સીટ ના પ્રમુખ કાર્યકર્તાઓ સાથે સંગઠનાત્મક બેઠક યોજાઈ.
पत्रकारांच्या आंदोलनाचा 79 वा दिवस अतिक्रमण निघाल्याशिवाय उठणार नाही पत्रकार सुनील हावा यांचे आवाहन
पत्रकारांच्या आंदोलनाचा 79 वा दिवस अतिक्रमण निघाल्याशिवाय उठणार नाही पत्रकार सुनील हावा यांचे आवाहन
'Those who can't be of their religion...': Smriti Irani slams Jagadish Shettar
The exit of former Karnataka chief minister Jagadish Shettar from the BJP just ahead of...