দৰঙৰ খাৰুপেটীয়াৰ এখন ৰেষ্টুৰেন্টত কৰ্মৰত নলবাৰীৰ এজন হিন্দু যুৱকে হিন্দু ধৰ্ম এৰি গ্ৰহণ কৰিলে ইছলাম ধৰ্ম । নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানা এলেকাৰ দীপাংকৰ মহন্ত নামৰ হিন্দু যুৱক জনে মঙলদৈ আদালতত আইনী প্ৰক্ৰিয়াৰ জৰিয়তে গ্ৰহণ কৰে ইছলাম ধৰ্ম ।দীপাংকৰ মহন্তই ধৰ্ম পৰিবৰ্তন কৰি নাম ৰাখিলে ছফিকুল ইছলাম। দীপাংকৰ মহন্তৰ নতুন পৰিচয় এতিয়া ছফিকুল ইছলাম । সৰুতেই সপোন দেখিছিল জীয়াই থকালৈকে ইছলাম ধৰ্ম মানি চলিব । অৱশেষত মঙলদৈ আদালতত আইনী প্ৰক্ৰিয়াৰ যোগেদি হিন্দু ধৰ্ম ত্যাগ কৰি গ্ৰহণ কৰিলে ইছলাম ধৰ্ম । বৰ্তমান তেওঁ আদায় কৰে নামাজ । আহৰণ কৰিবলৈ লৈছে ইছলাম ধৰ্মৰ জ্ঞান । ইছলাম ধৰ্মৰ জ্ঞান লাভ কৰিবলৈ তবলিগী জামাতত যাব বুলি জনায় যুৱকজনে । উল্লেখ্য যে , মাতৃৰ মৃত্যুৰ পাছত পিতৃয়ে পুনৰ বিয়া পাতি খা খবৰ নোলোৱা হৈছে দীপাংকৰৰ । ঘৰলৈ গলেও পৰিয়ালে উভতাই পঠিওৱাই বুলি মন্তব্য কৰে যুৱক জনে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
लेबनान के समुद्री इलाके में हमला करेगा इजराइल:मछुआरों को चेतावनी; हिजबुल्लाह से जंग में अब तक 11 इजराइली सैनिकों की मौत
इजराइली सेना ने कहा कि वह जल्द ही लेबनान के दक्षिणी तटीय इलाके में ऑपरेशन शुरू करेगी। सेना ने...
শোণিতপুৰত ৫ম ৰাষ্ট্ৰীয় পুষ্টি মাহ উদ্বোধন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই
আজি তেজপুৰৰ মাতৃ আৰু শিশু চিকিৎসালয়ত আয়োজন কৰা এখন সভাত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী, পৰ্যটন...
अंधाधुंध बिक रही Toyota की ये 7-सीटर SUV, एक लीटर पेट्रोल में देती है 23 का माइलेज; कीमत सिर्फ इतनी
टोयोटा किर्लोस्कर मोटर (TKM) की Innova Hycross ने एक नया माइलस्टोन हासिल किया है। कंपनी की ये...
'400 पार' के नारे पर एनडीए में ही मतभेद! एकनाथ शिंदे के बाद एक और सहयोगी ने कहा- नुकसान हो गया
नई दिल्ली। KC Tyagi On 400 Paar wala Nara। लोकसभा चुनाव में बीजेपी के खराब प्रदर्शन को लेकर...