আজি ভাৰতীয় জীৱনবীমা নিগমৰ অধীনস্থ মৰাণ শাখাৰ ত্ৰয়োদশ দ্বি-বাৰ্ষিক অধিবেশন খন মৰাণ শাখাৰ লিয়াফিৰ সহযোগত অচিন্ত বুঢ়াগোহাঞিৰ সভাপতিত্বত মৰাণহট স্থিত অভিনন্দন বিবাহ-ভৱনত সফলতাৰে সম্পন্ন হয়। এইসভাত যোৰহাট মাণ্ডলিকপৰিষদৰ ভাৰপ্ৰাপ্ত সভাপতি শ্ৰীপ্ৰদীপদাস, সম্পাদক দেহেশ্বৰ শইকীয়াকে প্ৰমুখ্য কৰি মুখ্য অতিথি পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া, মৰাণ ৰাজহচক্ৰৰ চক্ৰবিষয়া ড°সংগীতা শৰ্মা, মৰাণশাখাৰ জ্যেষ্ঠ শাখা পৰিচালক প্ৰদীপ বৰা, পৰিচালকদ্বয় , মৰাণ শাখাৰ যোৰহাট মাণ্ডলিকপৰিষদৰ প্ৰাক্তন সভাপতি প্ৰদীপডেকা, ডিব্ৰুগড়, ধেমাজি,শিৱসাগৰ, সোণাৰী আৰু নাহৰকটীয়া, শাখাৰ পৰা বিশিষ্ট অতিথি সকলে অংশ গ্ৰহন কৰে। উল্লেখনীয় যে প্ৰতিবছৰে২৪জানুৱাৰি দিনটোত ক্ৰমে APP Dayআৰু।২অক্টোবৰৰ দিনটো LI AFI Dayপালন কৰি ইয়াৰ ইতিহাস আৰু সাম্প্ৰতিক।পৰিস্থিতিত ইয়াৰ গুৰুত্বৰ ওপৰত বিশেষভাৱে আলোকপাত কৰি অভিকৰ্তাসকলৰ মাজত সজাগতা বৃদ্ধিৰে লিয়াফিৰ সাংগাঠনিক ভেটি মজবুত কৰিবলৈ চেষ্টা চলোৱা হয়।আজিৰ সভাত ৰূপালী বৰ্ষ অতিক্ৰম কৰাসকলক সম্বৰ্ধনা জনোৱা হয় আৰু পুৰণি কমিটি ভংগ কৰি নতুন কমিটি গঠন কৰাহয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Priyanka Chaturvedi on Women Reservation Bill in Rajya Sabha | Parliament Special Session 2023
Priyanka Chaturvedi on Women Reservation Bill in Rajya Sabha | Parliament Special Session 2023
Indian Ship attacked: भारत ने तैनात किए मिसाइल नष्ट करने वाले युद्धपोत, इसराइल से क्या कनेक्शन?
Indian Ship attacked: भारत ने तैनात किए मिसाइल नष्ट करने वाले युद्धपोत, इसराइल से क्या कनेक्शन?
100 से अधिक युवाओं ने लिया रक्तदान करने का संकल्प
टीम जीवन दाता, मां भारतीय चेरिटेबल ट्रस्ट, लायंस क्लब कोटा टेक्नो सहित विभिन्न संगठनों द्वारा...
नीतीश कुमार एवं तेजस्वी यादव का शपथ ग्रहण समारोह
नीतीश कुमार एवं तेजस्वी यादव का शपथ ग्रहण समारोह