আজি ভাৰতীয় জীৱনবীমা নিগমৰ অধীনস্থ মৰাণ শাখাৰ ত্ৰয়োদশ দ্বি-বাৰ্ষিক অধিবেশন খন মৰাণ শাখাৰ লিয়াফিৰ সহযোগত অচিন্ত বুঢ়াগোহাঞিৰ সভাপতিত্বত মৰাণহট স্থিত অভিনন্দন বিবাহ-ভৱনত সফলতাৰে সম্পন্ন হয়। এইসভাত যোৰহাট মাণ্ডলিকপৰিষদৰ ভাৰপ্ৰাপ্ত সভাপতি শ্ৰীপ্ৰদীপদাস, সম্পাদক দেহেশ্বৰ শইকীয়াকে প্ৰমুখ্য কৰি মুখ্য অতিথি পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া, মৰাণ ৰাজহচক্ৰৰ চক্ৰবিষয়া ড°সংগীতা শৰ্মা, মৰাণশাখাৰ জ্যেষ্ঠ শাখা পৰিচালক প্ৰদীপ বৰা, পৰিচালকদ্বয় , মৰাণ শাখাৰ যোৰহাট মাণ্ডলিকপৰিষদৰ প্ৰাক্তন সভাপতি প্ৰদীপডেকা, ডিব্ৰুগড়, ধেমাজি,শিৱসাগৰ, সোণাৰী আৰু নাহৰকটীয়া, শাখাৰ পৰা বিশিষ্ট অতিথি সকলে অংশ গ্ৰহন কৰে। উল্লেখনীয় যে প্ৰতিবছৰে২৪জানুৱাৰি দিনটোত ক্ৰমে APP Dayআৰু।২অক্টোবৰৰ দিনটো LI AFI Dayপালন কৰি ইয়াৰ ইতিহাস আৰু সাম্প্ৰতিক।পৰিস্থিতিত ইয়াৰ গুৰুত্বৰ ওপৰত বিশেষভাৱে আলোকপাত কৰি অভিকৰ্তাসকলৰ মাজত সজাগতা বৃদ্ধিৰে লিয়াফিৰ সাংগাঠনিক ভেটি মজবুত কৰিবলৈ চেষ্টা চলোৱা হয়।আজিৰ সভাত ৰূপালী বৰ্ষ অতিক্ৰম কৰাসকলক সম্বৰ্ধনা জনোৱা হয় আৰু পুৰণি কমিটি ভংগ কৰি নতুন কমিটি গঠন কৰাহয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
નખત્રાણા ખાતે MP ના CM શિવરાજસિંહ ચૌહાણે પ્રદ્યુમનસિંહ જાડેજાની સભા ગજવી
નખત્રાણા ખાતે MP ના CM શિવરાજસિંહ ચૌહાણે પ્રદ્યુમનસિંહ જાડેજાની સભા ગજવી
જિલ્લામાં 24 કલાકમાં દારૂના 6 કેસ નોંધાયા
જિલ્લામાં 24 કલાકમાં દારૂના 6 કેસ નોંધાયા
হৰিনামৰ ধব্বনিৰে মুখৰিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ/দুদিনীয়া কাৰ্যসূচীৰে আয়োজন বাৰ্ষিক পালনাম মহোৎসৱ।
উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বিখ্যাত বৈষ্ণৱপীঠ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত পৰম্পৰাগতভাৱে ৪ আৰু ৫ ফেব্ৰুৱাৰী তাৰিখে
হৰিনামৰ ধব্বনিৰে মুখৰিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ/দুদিনীয়া কাৰ্যসূচীৰে আয়োজন...
નિતિનભાઈ પટેલે કડીમાં દબંગ સ્ટાઇલથી સભા સંબોધતા કહ્યું 'અમે માર ખાધો પણ છે ને માર્યા પણ છે, અમારા ઉપર પોલીસ કેસ પણ થયા છે'
મહેસાણા : 2022 ગુજરાત વિધાનસભા ચૂંટણીનું હવે રણશિંગુ ફૂંકાઇ ગયું છે. ધીરે-ધીરે દરેક પક્ષો દ્વારા...