মৰাণ আৰক্ষী থানাত LPG গেছ ভৰ্তি চিলিণ্ডাৰৰ বৃহৎ দম। যোৱা নিশা মৰাণ আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত নাহৰণি বৰবাম LPG গেছ ভৰ্তি প্ৰায় ৬৩ টা চিলিণ্ডাৰ, ১৯ টা খালী চিলিণ্ডাৰ, ১২ টা বাণিজ্যিক চিলিণ্ডাৰৰ লগতে গেছ চুৰি কৰা সমগ্ৰী আৰু চিলিণ্ডাৰ কঢ়িয়াই অনা AS03AC4175 নম্বৰৰ ট্ৰাক জব্দ কৰে। ঘটনাৰ সন্দৰ্ভত কোনো লোকক মৰাণ আৰক্ষীয়ে কোনো লোকক আটক কৰিব নোৱাৰিলে যদিও মৰাণ আৰক্ষীয়ে নিজাববীয়া গোচৰ ৰুজু কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে। উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পৰা মৰাণৰ আশে পাশে গেছ চুৰিৰ বৃহত চক্ৰ এটা জড়িত থকাৰ অভিযোগত পোৱা গৈছিল। তাৰ ভিত্তিত কালি মৰাণ আৰক্ষীয়ে এই অভিযান চলাইছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সাপেখাতিত সৱল নাৰী, স্বাক্ষৰ শিশু, সুস্থ ভাৰত শীৰ্ষক কাৰ্যসূচী সম্পন্ন
সাপেখাতী গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত ,সৱল নাৰী, স্বাক্ষৰ শিশু, সুস্থ ভাৰত ৰাষ্ট্ৰীয় পোষন মাহ...
Maharashtra के मुख्यमंत्री Eknath Shinde ने 400 पार को लेकर दिया पहली बार बयान | Aaj Tak News
Maharashtra के मुख्यमंत्री Eknath Shinde ने 400 पार को लेकर दिया पहली बार बयान | Aaj Tak News
MCN NEWS| शेतकऱ्याने कर्जबाजारीपणाला कंटाळून संपवली जीवनयात्रा
MCN NEWS| शेतकऱ्याने कर्जबाजारीपणाला कंटाळून संपवली जीवनयात्रा
क्या CM Yogi ने UP Police Paper Leak 2024 आरोप के बाद दोबारा परीक्षा के आदेश दिए? Padtaal Fact Check
क्या CM Yogi ने UP Police Paper Leak 2024 आरोप के बाद दोबारा परीक्षा के आदेश दिए? Padtaal Fact Check
राजस्थान में महिला आरक्षण में वृद्धि को लेकर अब शिक्षा मंत्री का बयान आया सामने
शिक्षा मंत्री मदन दिलावर ने तृतीय श्रेणी शिक्षक भर्ती में महिलाओं को 50 फीसदी आरक्षण पर स्थिति...