পুলিবৰ আৰক্ষীয়ে গাঞ্জা সহ আটক কৰিছে এজনক লোকক, লোক জনৰ নাম দীপু দাস বুলি জানিব পৰা গৈছে । উল্লেখ্য যে বিশেষ খবৰ ভিত্তিত যোৰহাটৰ ডেৰকুৰী গাঁৱৰ পশু চিকিৎসা লয়ৰ ওচৰত আৰক্ষীয়ে কৰা নিয়মীয়া তালাচীত গাঞ্জা সহ আটক হয় লোক জন । লোকজন তিতাবৰ বিবি জানৰ দীপু দাস । লোকজনৰ পৰা ২.৯৭৫ গ্রাম গাঞ্জা উদ্ধাৰ কৰা হয় ।এই গাঞ্জাখিনিৰ অনুমানি বজাৰ মূল্য প্ৰায় ২৫/৩০ হাজাৰ। গাঞ্জা সৰ্বৰকাৰী লোকনজক অধিক সোধাপোছা বাবে পুলিবৰ আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
'वैक्सीन वार' पर देखिए Nana Patekar और Vivek Agnihotri का EXCLUSIVE Interviw। Amish Devgan
'वैक्सीन वार' पर देखिए Nana Patekar और Vivek Agnihotri का EXCLUSIVE Interviw। Amish Devgan
અમદાવાદ ટ્રાફિક પોલીસ અધિકારી અને હર્ષ સંઘવી live..!
અમદાવાદ ટ્રાફિક પોલીસ અધિકારી અને હર્ષ સંઘવી live..!
સરપંચશ્રીઓ સાથે ટિફિન બેઠક યોજતા મુખ્યમંત્રીશ્રી ભૂપેન્દ્રભાઈ પટેલ:સરપંચશ્રીઓનાં ઘરે બનાવેલું ભોજન ભાવપૂર્વક આરોગ્યુ
મુખ્યમંત્રીશ્રી ભુપેન્દ્રભાઈ પટેલ 73મા વન મહોત્સવ ઉજવણી પ્રસંગે સુરેન્દ્રનગર ખાતે પધાર્યા હતા....
Omar Abdullah Oath Ceremony: नए मंत्रियों ने ली शपथ, 2 कश्मीर, 2 जम्मू और 1 चिनाब से मंत्री | AajTak
Omar Abdullah Oath Ceremony: नए मंत्रियों ने ली शपथ, 2 कश्मीर, 2 जम्मू और 1 चिनाब से मंत्री | AajTak
শীঘ্ৰে পুনৰ নিযুক্তি নিদিলে আন্দোলনৰ পথ ল’ব লখিমপুৰৰ বিশেষ আৰক্ষী বিষয়াই
ৰাজ্য চৰকাৰে শীঘ্ৰে পুনৰ নিযুক্তি প্ৰদান নকৰিলে লখিমপুৰ জিলাৰ ১০০ গৰাকী বিশেষ আৰক্ষী বিষয়াই...