শোনিতপুৰৰ লখাৰত অজগৰ উদ্ধাৰ।

লখৰাৰ কেশৱ ছেত্ৰীৰ ঘৰত নিশা উদ্ধাৰ কৰা হয় অজগৰ ডাল।

প্ৰায় ৯ কেজি ওজন আৰু প্ৰায় ১০ ফুট দীঘল অজগৰডাল নিশা স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰা হয়।

উদ্ধাৰ কৰি চাৰিদুৱাৰ বন বিভাগক চমজায় দিয়ে ৰাইজে।