আজি ২ অক্টোবৰ। আজি মহামনৱ মহাত্মা গান্ধীৰ ১৫৪ সংখ্যক উপজা দিন। জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি দৰঙৰ বেছিমাৰী প্ৰেছ ক্লাবৰ উদ্যোগত গান্ধী জয়ন্তী উদযাপন ও বেছিমাৰী ৰত্ন বঁটা প্ৰদান কৰে। জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোকে লগে এখন পতাকাৰ তলত অনাৰ হকে আপ্রান চেষ্টা কৰা মহামানৱগৰাকীৰ প্ৰতিমূৰ্তিত মাল্যৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। আশ্ৰানুল হক ও সম্পাদক মহিবুল হকে আঁত ধৰা সভাখনত বৃহত্বৰ বেছিমাৰি অঞ্চলৰ শৈক্ষিক,সামাজিক, অৰ্থনৈতিক দিশত অগ্ৰণী ভূমিকা পালন কৰা তিনিগৰাকী বৰন্য ব্যক্তি ক্ৰমে বেছিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ শ্বৰাফত আলী, সমাজকৰ্মী তথা বেছিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উচ্চবৰ্গৰ সহায়ক আব্দুল হক আৰু সমাজকৰ্মী তথা যুৱব্যৱসায়ী আব্দুল হামিদক ''বেছিমাৰী ৰত্ন বঁটা ২০২৩" প্ৰদান কৰে । সভাৰ অন্ততত বঁটাপ্ৰাপক সকলে বেছিমাৰী প্ৰেছ ক্লাৱৰ এনে ব্যতিক্ৰমী পদক্ষেপৰ ভূয়সী প্ৰশংসা কৰি আগন্তুক দিনতো এনে কাৰ্যসূচী লবলৈ আহব্বান জনাই কয়- সমাজৰ হকে কাম কৰা লোকৰ স্পৃহা বৃদ্ধিত এই অনুষ্ঠানে অৰিহণা যোগাব। ইফালে, সভাপতি ইমৰাণ আলীয়ে সাংবাদিকৰ আগত কয়- সমাজৰ বাবে বহু লোক আছে যিসকলে কাম কৰি আছে যদিও তেওঁলোকে আনুষ্ঠানিক স্বীকৃতি পোৱা নাই। আমাৰ এই প্ৰচেষ্টাই সিহঁতক সমাজৰ হৈ স্বীকৃতি দিয়া। গান্ধী জয়ন্তী উপলক্ষে প্ৰথম বাৰ্ষিক এই কাৰ্যসূচী ৰূপায়ণ হল যদিও অহা বছৰৰ পৰা প্ৰেছক্লাৱৰ প্ৰতিষ্ঠা দিৱসৰ দিনা পৰ্যায়ক্ৰমে চলাই নিয়া হব বুলিও তেওঁ মত পোষণ কৰে। সভাত বেছিমাৰী প্ৰেছক্লাৱৰ প্ৰতিষ্ঠাপক সম্পাদক নুৰ আলম মোল্লাহ, হবিবুৰ ৰহমান, কেইবাগৰাকীও শিক্ষাবিদ, সমাজকৰ্মী, ৰাজনৈতিক নেতা উপস্থিত থাকি সভাৰ গম্ভীৰয্যতা বৃদ্ধি কৰে। উক্ত অনুষ্ঠানত প্ৰায় দুইশতাধিক লোক উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બિપરજોય વાવાઝોડાની અસરો શરુ..! | નવલખી બંદર ની બહારના જુઓ દ્રશ્યો | Viral video | Dpnewsgujarati
બિપરજોય વાવાઝોડાની અસરો શરુ..! | નવલખી બંદર ની બહારના જુઓ દ્રશ્યો | Viral video | Dpnewsgujarati
Google photos से आसानी से इम्पोर्ट कर सकेंगे फोटो और वीडियो, ये फीचर आएगा आपके काम
Google अपने कस्टमर्स के लिए बहुत से फीचर्स लाता रहता है ताकि आप अपने कस्टमर्स को बेहतर...
ડીસામાં ચોરીના મુદ્દામાલ સાથે બે શખ્સોને પોલીસે ઝડપ્યા
ડીસા શહેર દક્ષિણ પોલીસે તાજેતરમાં થયેલી ચોરીમાં બે આરોપીઓની મુદ્દામાલ સાથે અટકાયત કરી સોનાની ચેન,...
Kubeshwar Dham Sehore: कुबेश्वर धाम पर हालात बेकाबू, 2000 से अधिक लोग पहुंचे अस्पताल
Kubereshwar Dham Sehore: मध्य प्रदेश के सीहोर जिले में स्थित कुबेश्वर धाम (Kubereshwar Mahadev)...
G20 Summit: Rishi Sunak और Akshata Murthy की जानें कितने हैं अमीर | Net Worth | G20 Summit 2023
G20 Summit: Rishi Sunak और Akshata Murthy की जानें कितने हैं अमीर | Net Worth | G20 Summit 2023