মৰাণ আৰু মৰাণৰ বাসিন্দাক ভূয়সী প্ৰশংসা ক ৰে মৰাণ আৰক্ষী থানাৰ পৰা বিদায় লোৱা আৰক্ষী উপ- পৰিদৰ্শকৰাজীৱ কুমাৰ দাসে।মৰাণ নগৰ আৰু মৰাণ নগৰৰ বাসিন্দা সকল ভাল , এই ভাষ্য মৰাণ আৰক্ষী থানাৰ পৰা আজি বিদায় লোৱা আৰক্ষী উপ-পৰিদৰ্শক ৰাজীৱ কুমাৰ দাসৰ।প্ৰায় দুবছৰ দুমাহ মৰাণ আৰক্ষী থানাত আৰক্ষী উপ -পৰিদৰ্শক হিচাবে চাকৰি কৰি ডিব্ৰুগড়লৈ বদলি হোৱা ৰাজীৱ কুমাৰ দাসক সোমবাৰে দিনৰ এক বজাত মৰাণ নাগৰিক।সমাজৰ উদ্যোগত আৰু ভিডিপিসমিতিৰ সহযোগত ভিডি পি ভৱনত বিদায় সম্বৰ্ধনা জনোৱা হয় । নাগৰিক সমাজৰ সভাপতি পবিত্ৰ চুতীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ভিডিপিৰ সভাপতি মোহনলাল উপাধ্যায়ে।শান্তি কমিটিৰ সভাপতি খগেন ভৰালী , মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাৰ সভাপতি ময়ুৰ বৰুৱা, সমাজ সেৱী মিলু খান, স্বপন কান্তি ডেকাকে প্ৰমুখ্যকে ধৰিগণ্য-মান্য লোক উপস্থিত।থাকে। সভাত বিভিন্ন দল সংগঠনে ফুলাম গামোচা আৰু উপহাৰৰ টোপোলাৰে তেখেতক বিদায় সম্বৰ্ধনা জনাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ৰঙিয়া মহাবিদ্যালয়ৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত জ্ঞানোদয় অনুষ্ঠান সম্পূৰ্ণ
ৰঙিয়া মহাবিদ্যালয়ৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত জ্ঞানোদয় অনুষ্ঠান সম্পূৰ্ণ
કાલોલ તાલુકાના એક ગામમાં સાત વર્ષની બાળા સાથે સગીર ઈસમે અપકૃત્ય કરતા પોકસો હેઠળ કાર્યવાહી
કાલોલ તાલુકા પંથકમાં એક સાત વર્ષની સગીરા સાથે પુખ્ત વય નજીકના સગીર યુવકે અપકૃત્ય કર્યું હોવાની...
২০০৮ চনৰ ধাৰাবাহিক বিস্ফোৰণৰ মূল অভিযুক্ত ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বাহাল।
আন ১০ অভিযুক্তৰো পূৰ্বৰ ৰায় বাহাল ৰাখিলে ন্যায়ালয়ে। আন ৪ অভিযুক্তক অপৰাধমুক্ত ঘোষণা উচ্চ ন্যায়ালয়ৰ।
২০০৮ চনৰ ৩০ অক্টোবৰত অসমৰ গুৱাহাটী, কোকৰাঝাৰ, বঙাইগাঁও আ
২০০৮ চনৰ ধাৰাবাহিক বিস্ফোৰণৰ মূল অভিযুক্ত ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বাহাল। ...
सांगोद थाना क्षेत्र के हिंगी गांव में दो मोटरसाइकिलों की भिड़ंत में पति-पत्नी घायल एमबीएस अस्पताल में भर्ती कोटा
सांगोद थाना क्षेत्र के हिंगी गांव में दो मोटरसाइकिलों की भिड़ंत में पति-पत्नी घायल एमबीएस अस्पताल...
रॉकेट बने इस हेल्थकेयर कंपनी के शेयर, मई में निवेशकों को हुआ बंपर मुनाफा
नई दिल्ली, बिजनेस डेस्क। Max Healthcare Institute Stock: भारत में सबसे बड़ी निजी...