মৰাণ আৰু মৰাণৰ বাসিন্দাক ভূয়সী প্ৰশংসা ক ৰে মৰাণ আৰক্ষী থানাৰ পৰা বিদায় লোৱা আৰক্ষী উপ- পৰিদৰ্শকৰাজীৱ কুমাৰ দাসে।মৰাণ নগৰ আৰু মৰাণ নগৰৰ বাসিন্দা সকল ভাল , এই ভাষ্য মৰাণ আৰক্ষী থানাৰ পৰা আজি বিদায় লোৱা আৰক্ষী উপ-পৰিদৰ্শক ৰাজীৱ কুমাৰ দাসৰ।প্ৰায় দুবছৰ দুমাহ মৰাণ আৰক্ষী থানাত আৰক্ষী উপ -পৰিদৰ্শক হিচাবে চাকৰি কৰি ডিব্ৰুগড়লৈ বদলি হোৱা ৰাজীৱ কুমাৰ দাসক সোমবাৰে দিনৰ এক বজাত মৰাণ নাগৰিক।সমাজৰ উদ্যোগত আৰু ভিডিপিসমিতিৰ সহযোগত ভিডি পি ভৱনত বিদায় সম্বৰ্ধনা জনোৱা হয় । নাগৰিক সমাজৰ সভাপতি পবিত্ৰ চুতীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ভিডিপিৰ সভাপতি মোহনলাল উপাধ্যায়ে।শান্তি কমিটিৰ সভাপতি খগেন ভৰালী , মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাৰ সভাপতি ময়ুৰ বৰুৱা, সমাজ সেৱী মিলু খান, স্বপন কান্তি ডেকাকে প্ৰমুখ্যকে ধৰিগণ্য-মান্য লোক উপস্থিত।থাকে। সভাত বিভিন্ন দল সংগঠনে ফুলাম গামোচা আৰু উপহাৰৰ টোপোলাৰে তেখেতক বিদায় সম্বৰ্ধনা জনাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ખેડબ્રહ્મા વૈષ્ણવ ચતુર્થ સંપ્રદાય પ્રથમ સ્નેહ મિલન કાર્યક્રમ યોજાયો
ખેડબ્રહ્મા વૈષ્ણવ ચતુર્થ સંપ્રદાય પ્રથમ સ્નેહ મિલન કાર્યક્રમ યોજાયો
ત્રીવેણી સંગમ હરણાવ...
टाइगर कन्वर्जेवेशन प्लान को मिले मंजूरी तो पर्यटको से आबाद हो रामगढ टाईगर रिजर्व
बून्दी। गुरूवार को लोकसभाध्यक्ष ओम बिरला, केंद्रीय वन एवं पर्यावरण मंत्री भूपेंद्र यादव और प्रदेश...
MCN NEWS| उसाच्या शेतात बिबट्याची पिले आढळून आल्याने परिसरात खळबळ
MCN NEWS| उसाच्या शेतात बिबट्याची पिले आढळून आल्याने परिसरात खळबळ
Lok Sabha Election 2024: मयावती ने किया बड़ा ऐलान, कहा- अकेले अपने बलबूते पर चुनाव लड़ने के फैसले पर कायम हैं
लखनऊ। बसपा प्रमुख मायावती ने कहा है कि केंद्र और यूपी सहित विभिन्न राज्य सरकारों की संकीर्ण,...