দৰং জিলাৰ খাৰুপেটীয়া নগৰস্থিত তেৰাপন্থ ভৱনত দেওবাৰে অখিল ভাৰতীয় তেৰাপন্থ যুৱক পৰিষদৰ খাৰুপেটীয়া শাখাই বিশ্ব সৰ্ববৃহৎ ৰক্তদান অভিযানৰ অংশ হিচাপে এক মেগা ৰক্তদান শিৱিৰৰ আয়োজন কৰে। খাৰুপেটীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ডাক্তৰ আৰু নাৰ্চৰ সহযোগত পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা ৰক্তদান শিৱিৰত ১০০ ইউনিট ৰক্ত সংগ্ৰহৰ লক্ষ্য আছিল যদিও ৫০জন ব্যক্তিয়ে ৫০ ইউনিট ৰক্তদান কৰে। সংগ্ৰহ কৰা তেজ খিনি মঙ্গলদৈ ব্লাড বেংকত জমা দিয়ে। অনুষ্ঠানটিত খাৰুপেটীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ডাঃ আজহাৰুল ইছলাম, খাৰুপেটীয়া তেৰাপন্থ যুৱক পৰিষদৰ আহ্বায়ক দীপক হিৰাৱত, চঞ্চল বৈধ,অমিত ভটিয়া, পংকজ শ্যামসুকা, আশীষ শ্বাজেৰ, মুকেশ, ৰিষভ ভূত্ৰা, সংস্কাৰ জৈন আদি ব্যক্তি সকল উপস্থিত থাকি ৰক্তদান শিৱিৰ কাৰ্যসূচীত সহায় সহযোগিতা আগবঢ়ায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દહેડા પ્રા.શાળાના વિદ્યાર્થીઓએ CRC કક્ષાના ગણિત વિજ્ઞાન પ્રદર્શન અને વાર્તાકથનમાં પ્રથમ ક્રમાંક મેળવ્યો.
ખંભાતમાં સી.આર.સી કક્ષાના યોજાયેલા ગણિત વિજ્ઞાન પ્રદર્શનમાં દહેડા પ્રાથમિક શાળાના વિદ્યાર્થીઓએ...
पुरुषोत्तम करंडक च्या अंतिम फेरीसाठी गोगटे जोगळेकर महाविद्यालय रत्नागिरीची निवड
रत्नागिरी : दिनांक २७ व २८ सप्टेंबर रोजी स्वा. वि. दा. सावरकर नाट्यगृहात पुरूषोत्तम करंडक...
УБЕЙ ГРУДЬ за 4 МИНУТЫ !! ( В ДОМАШНИХ УСЛОВИЯХ )
УБЕЙ ГРУДЬ за 4 МИНУТЫ !! ( В ДОМАШНИХ УСЛОВИЯХ )
અમદાવાદ / આજથી રિવરફ્રન્ટ વોક વે કરાશે બંધ : સાબરમતી નદીની જળસપાટીમાં વધારો થતા લેવાયો નિર્ણય
ગુજરાતમાં ભારે વરસાદને પગલે અન્ય ડેમોનું પાણી સાબરમતીમાં છોડાતા જળસપાટીમાં થયો વધારો, સાવચેતીના...
જિલ્લા મહિલા મોરચા ભાજપા.. સદશ્યતા અભિયાન
પેજ સમિતિના પ્રણેતા પ્રદેશ અધ્યક્ષ સી. આર. પાટીલના અધ્યક્ષ પદને બે વર્ષ પૂર્ણ થયા તે નિમિત્તે...