দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে স্বচ্ছতাৰ দিশত আৰু এখোজৰ বাবে "এক দিন এঘন্টা এক সাথ" শ্ৰমদান কাৰ্যসূচীৰ অংশ হিচাপে আজি দৰঙৰ খাৰুপেটীয়া পৌৰসভাৰ উদ্যোগত পৌৰসভা এলেকাৰ প্ৰত্যেকটো ৱাৰ্ডত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্যসূচীত খাৰুপেটীয়া পৌৰসভাৰ পৌৰনেত্ৰী কৃষ্ণা সাহা, কাৰ্যবাহী বিষয়া আকাংক্ষী ভট্টাচাৰ্য, পৌৰসভাৰ কৰ্মচাৰী সকল, মহিলা আত্ম সহায়ক গোটৰ সদস্যা সকল উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি নগৰখনত চাফাই অভিযান চলায়। পৌৰনেত্ৰী কৃষ্ণা সাহাই সকলো জনসাধাৰণক পৰিষ্কাৰ পৰিচন্নতা বজাই ৰাখৰ লগতে যতে ততে জাৱৰ-জোথৰ নেপেলাই ডাচবিনত জমা কৰিবলৈ আহ্বান জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમે મૂળ કોંગ્રેસી નથી,PM મોદીના નેતૃત્વમાં કામ કરવા BJPમાં જોડાયો:ભગવો ધારણ કર્યા બાદ બારડનું નિવેદન
અમે મૂળ કોંગ્રેસી નથી,PM મોદીના નેતૃત્વમાં કામ કરવા BJPમાં જોડાયો:ભગવો ધારણ કર્યા બાદ બારડનું નિવેદન
Paytm Share Downfall Today: शेयर में 9% की गिरावट, Record High से 65% नीचे पहुंचा कंपनी का स्टॉक
Paytm Share Downfall Today: शेयर में 9% की गिरावट, Record High से 65% नीचे पहुंचा कंपनी का स्टॉक
সানেকুছি শ্ৰীশ্ৰী গৰখীয়া গোপাল থানৰ বাৰ্ষিক উৎসৱৰ আয়োজন
নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত সানেকুছি শ্ৰীশ্ৰী গৰখীয়া গোপাল থানৰ পঞ্চদশ বাৰ্ষিক উৎসৱটি...
UNION MINISTER SARBANANDA SONOWAL ATTENDS SEMINAR AT #NEHU #SHILLONG
UNION MINISTER SARBANANDA SONOWAL ATTENDS SEMINAR AT #NEHU #SHILLONG