দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে স্বচ্ছতাৰ দিশত আৰু এখোজৰ বাবে "এক দিন এঘন্টা এক সাথ" শ্ৰমদান কাৰ্যসূচীৰ অংশ হিচাপে আজি দৰঙৰ খাৰুপেটীয়া পৌৰসভাৰ উদ্যোগত পৌৰসভা এলেকাৰ প্ৰত্যেকটো ৱাৰ্ডত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্যসূচীত খাৰুপেটীয়া পৌৰসভাৰ পৌৰনেত্ৰী কৃষ্ণা সাহা, কাৰ্যবাহী বিষয়া আকাংক্ষী ভট্টাচাৰ্য, পৌৰসভাৰ কৰ্মচাৰী সকল, মহিলা আত্ম সহায়ক গোটৰ সদস্যা সকল উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি নগৰখনত চাফাই অভিযান চলায়। পৌৰনেত্ৰী কৃষ্ণা সাহাই সকলো জনসাধাৰণক পৰিষ্কাৰ পৰিচন্নতা বজাই ৰাখৰ লগতে যতে ততে জাৱৰ-জোথৰ নেপেলাই ডাচবিনত জমা কৰিবলৈ আহ্বান জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अद्भुत, अतुल्य, अकल्पनीय अभिनंदन ओम बिरला के स्वागत के लिए बूंदी-कोटा ने बिछाए पलक-पावड़े
18वीं लोक सभा में पुनः लोक सभा अध्यक्ष निर्वाचित होने के बाद पहली बार संसदीय क्षेत्र कोटा-बूंदी...
মৰিগাঁও মৰাকলঙত ৰবিবাৰে হেল্প এজৰ বান সাহাৰ্য প্ৰদান
মৰিগাঁও মৰাকলঙত ৰবিবাৰে হেল্প এজৰ বান সাহাৰ্য প্ৰদান
બંધુનગર પાસે સેનેટરીવેર્સના કારખાનાનો શેડ ધરાશાઈ
મોરબી વાંકાનેર હાઇવે આવેલા બંધુનગર પાસે સેનેટરીવેર્સના કારખાનાનો શેડ ધરાશાઈ
भारतीय-अमेरिकी डॉ बिमलजीत सिंह संधू को मिली बड़ी जिम्मेदारी, वर्जीनिया गवर्नर ने प्रशासक पद पर किया नियुक्त
रिचमंड, वर्जीनिया के गवर्नर ग्लेन यंगकिन ने भारतीय-अमेरिकी गैस्ट्रोएंटेरोलॉजिस्ट डॉक्टर...
এখন দলং ৰ বাবে হাহাকাৰ ৬০০পৰিয়ালৰ
এখন দলং ৰ বাবে হাহাকাৰ ৬০০পৰিয়ালৰ