গোলাঘাটৰ আঠুকঢ়া চুকত আবকাৰী বিভাগৰ অভিযান। এটা বাসগৃহত চুলাই মদ প্ৰস্তুত কৰি থকা সময়তে আবকাৰী বিভাগে তীব্ৰ অভিযান চলাই চুলাই মদৰ ঘাটিটোত ধংস কৰে।গোলাঘাট,ফৰকাটিং আৰু দেৰগাওৰ এক বৃহৎ আবকাৰী বিভাগৰ দলে যুটীয়া ভাবে অভিযান চলাওতে ঘটনাস্থলীৰ পৰা মদ বেপাৰী পলায়ন কৰে যদিও এটা মদ বেপাৰীক আটক কৰিবলৈ সক্ষম হয়। অভিযানকাৰী দলটোৱে মদ প্ৰস্তুত কৰা ৩৮০০ লিটাৰ পাচ,দুটা মদ প্ৰস্তুত কৰা যন্ত্ৰ,১২০ লিটাৰ চুলাই মদ,৪০ টিং গুৰ আৰু মদ সৰবৰাহ কৰা দুখন স্কুটীয়ো জব্দ কৰে। আৰু লগতে মদ মজুত কৰি থোৱা ১৯ টা চিন্টেক্স ভাঙি পেলায় আবকাৰী বিভাগে। ইফালে আটকাধীন দীপক তুৰিয়ে দিছে চাঞ্চল্যকৰ ভাষ্য। আঠুকঢ়া চুকৰ অধিকাংশ এলেকাত অবৈধ চুলাই মদ প্ৰস্তুত কৰে। বৰ্তমান আবকাৰী বিভাগে দীপক তুৰিক সোধপোছ অব্যাহত ৰাখি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
राजस्थान में लंबे समय बाद प्रशासनिक फेरबदल, 7 IPS और 17 RAS अधिकारियों का तबादला
राजस्थान की भजनलाल शर्मा सरकार ने लंबे समय बाद फिर ब्यूरोक्रेसी में बदलाव किया है. पिछले साल...
अमेरिकी चुनाव में कमला हैरिस के अभियान ने अगस्त में 361 मिलियन डॉलर दान जुटाए, ट्रंप से 3 गुना ज़्यादा
अमेरिकी उपराष्ट्रपति और डेमोक्रेटिक पार्टी की राष्ट्रपति उम्मीदवार कमला हैरिस ने चुनावी अभियान...
ট্ৰেঞ্চফৰ্মাৰৰ ক্ষমতা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ২২ আগষ্টৰ পৰা ৫ ছেপ্টেম্বৰলৈ গোলাঘাট জিলাৰ কেতবোৰ ঠাইত লোড শ্বেডিঙৰ আশংকা
এইজিচিএলৰ গোলাঘাট জিলাৰ তেতেলিতল গ্ৰিড উপ-কেন্দ্ৰ(১৩২ কেভিএ)ৰ অধীনৰ শক্তি ট্ৰেঞ্চফৰ্মাৰৰ ক্ষমতা...
બોટાદ જિલ્લાના ગઢડા તાલુકાના લીંબડીયા ગામ પાસે એક સાથે ત્રણ સિંહો દેખાયા, સ્થાનિકોમાં ભયનો માહોલ...
બોટાદ જિલ્લાના ગઢડા તાલુકાના લીંબડીયા ગામ પાસે એક સાથે ત્રણ સિંહો દેખાયા, સ્થાનિકોમાં ભયનો માહોલ...