দেশী বিদেশী পৰ্যটকসকলৰ বাবে সুখবৰ । আজিৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান ।জেষ্ঠ বনকৰ্মী তৰুণ বড়ো আৰু অৰণ্যক প্ৰধান ড° বিভৱ তালুকদাৰে আনুষ্ঠানিক ভাৱে ফিতা কাটি পুনৰ মুকলি কৰে ৰাষ্ট্ৰীয় উদ্যানখন ।সংগ দিয়ে উদ্যান খনৰ ডি এফ অ’ৰ লগতে বিভিন্ন পৰ্য্যায়ৰ বিষয়া সকল ৷আজিৰ পৰা দেশীবিদেশী পৰ্যটক সকলে ৰাষ্ট্ৰীয় উদ্যানখনৰ মনোমহা দৃশ্য উপভোগ কৰাৰ লগতে কৰিব পাৰিব প্ৰথমবাৰৰ বাবে নৌকা বিহাৰ ।পৰ্যটক সকলে কৰিব পাৰিব জীফ চাফাৰীৰ লগতে হাতী চাফাৰী ৷ইতিমধ্যে পশ্চিমবংগৰ পৰা এটা দলে উদ্যান খনৰ মনোমোহা দৃশ্য উপভোগ কৰিবলৈ টিকট বুকিং কৰিছে বুলি জানিবলৈ দিছে উদ্যান খনৰ ডি এফ অই৷যোৱা বাৰ পৰ্যটকৰ সংখ্যা যথেষ্ট কম হৈছিল যদিও এইবাৰ আগৰ তুলনাত পৰ্যটকৰ সংখ্যা বাঢ়িব বুলি আশা প্ৰকাশ কৰিছে ডি এফ অই৷উদ্যানখন উন্নয়ন কৰাৰ ক্ষেত্ৰত অসম চৰকাৰক আহব্বান জনাইছে অৰণ্যক প্ৰধান ড° বিভৱ তালুকদাৰে৷উদ্যান খনত অৰণ্যক নামৰ সংস্থা এটাই ১৫ লাখ টকা ব্যয় কৰি উপহাৰ দিলে এখন এগ্ৰোবোল নামৰ এটা বাহন ৷ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনত গড়,বাঘৰ লগতে বিভিন্ন প্ৰজাতিৰ চৰাই চিৰকুটি চাবলৈ পাৰিব পৰ্যটক সকলে ৷উল্লেখ্য যে,পুৱাৰ ভাগত উদ্যান কৰ্তৃপক্ষই কেবাটাও বিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলক লগত লৈ চলালে স্বচ্ছতা অভিযান৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Weather Update: Delhi में गर्मी से लोग बेहाल, Raksha Bandhan 2023 पर रहेगी उमस भरी गर्मी |Hindi News
Weather Update: Delhi में गर्मी से लोग बेहाल, Raksha Bandhan 2023 पर रहेगी उमस भरी गर्मी |Hindi News
ডিমাকুছি দ্বীপজয় এন্টাৰপ্ৰাইজৰ ব্যতিক্ৰমী পদক্ষেপ■
ডিমাকুছি দ্বীপজয় এন্টাৰপ্ৰাইজৰ ব্যতিক্ৰমী পদক্ষেপ■
રાજુલા તાલુકાના ભેરાઈ ગામે વિજયાદશમી નિમિત્તે શસ્ત્ર પૂજન કરાયું
રાજુલાના ભેરાઇ ગામે વિજયાદશમી નિમિતે શસ્ત્ર પૂજન કરાયું..
સમગ્ર રાજ્યભરમાં વિજયાદશમી નિમિતે...
২০২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ
২০২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে অসম মাধ্যমিক শিক্ষাখণ্ডৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। ২০২৪ বৰ্ষত যি...