আজি এদীনৰ পূৰ্বে মাজুলীৰ আৰক্ষী অধীক্ষকে সংবাদমেল পাতি মাজুলীত শিশু অপহৰণকাৰী নাই বুলি কোৱাৰ এদিন পিছতেই । মাজুলীৰ আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই পুনৰ মাজুলীৰ ১নং বৰনলনীৰ বোদ্ধেশ্বৰ পামেৰ গৃহত পুনৰবাৰ শিশু অপহৰণৰ চেষ্টা ৷

দেৰ বছৰীয়া শিশুক অপহৰণ কৰিবলৈ অহা লোকৰ পলায়ন ৷

আইতাকে দেখিছিল শিশু অপহৰণ কাৰীক ৷

মাজুলী আৰক্ষীক তুলাধুনা গাঁওবাসীৰ ৷

শুনক গাঁওবাসীৰ মুখেৰেই