গোলাঘাট জোনাকী নগৰ স্থিত ১৪২ নং বেতেলিয়ানত গণেশ চতুৰ্থী উদযাপন l গোলাঘাট জোনাকী নগৰ স্থিত ১৪২ নং বেতেলিয়ানত গণেশ চতুৰ্থী উদযাপন কৰা হয় l বন্তি প্ৰজলন আৰু সৰাই নৈবদ্য আগবঢ়াই শ্ৰী গণেশৰ স্বৰন্ত সেবা লয় ১৪২ নং বেতেলিয়ানৰ crpf জোৱান সকলে
গোলাঘাটৰ জোনাকী নগৰস্থিত CRPF 142 বেটেলিয়নৰ মুখ্য কাৰ্যালয়ৰ প্ৰাংগণত শ্ৰী গণেশ চতুৰ্থী পূজনৰ আয়োজন।

