দৰং জিলা প্ৰশাসনৰ উদ্যোগত খাৰুপেটীয়া আৰক্ষী থানাৰ আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত আজি আৰিমাৰী বজাৰত বাল্য বিবাহ, নাৰী নিৰ্যাতন, মদ , ভাং, ড্ৰাগছ, শিশু শ্ৰমিক, চুৰি-ডকাইত আদি বিভিন্ন ধৰণৰ অসমাজিক কাৰ্যকলাপ বিৰুদ্ধে এখনি বিশেষ সজাগতা সভা অনুষ্ঠিত হয়। থানা পৰিচালনা কমিটিৰ সভাপতি ৰফিকুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত খাৰুপেটীয়া থানাৰ পৰিদৰ্শক মনোৰঞ্জন গগৈ, চক্ৰ সংগঠক মহেশ শৰ্মা, আৰিমাৰী পঞ্চায়তৰ সভাপতি ৰফিক আলী, থানা পৰিচালনা কমিটিৰ সহ সম্পাদক কৃষ্ণ সাহা, সমাজ সেৱক নিজাম উদ্দীন আহমেদ, মতলেব আলী আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকি অসমাজিক কাৰ্যকলাপ সমূহ সমাজৰ পৰা কেনেকৈ নিৰ্মূল কৰিব পাৰি সেই বিষয়ে গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। সভাত বিভিন্ন দল-সংগঠনৰ নেতা -কৰ্মী, আশাকৰ্মী, মহিলা গোটৰ সদস্যা, বিভিন্ন গাঁওৰক্ষী বাহিনীৰ সম্পাদক-সম্পাদিকাৰ লগতে অঞ্চলটিৰ কেবাজনো বিশিষ্ট লোক সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
છાયા નગરપાલિકાના કોંગ્રેસ કોર્પોરેટર આમ આદમી પાર્ટીમાં જોડાતા રાજકારણમાં ગરમાવો
છાયા નગરપાલિકાના કોંગ્રેસ કોર્પોરેટર આમ આદમી પાર્ટીમાં જોડાતા રાજકારણમાં ગરમાવો
PM Narendra Modi અયોધ્યામાં શ્રી રામ જન્મભૂમિ મંદિરના 'શિખર' પર ઔપચારિક રીતે ભગવો ધ્વજ ફરકાવ્યો
PM Narendra Modi અયોધ્યામાં શ્રી રામ જન્મભૂમિ મંદિરના 'શિખર' પર ઔપચારિક રીતે ભગવો ધ્વજ ફરકાવ્યો
બોડેલી-એક દિવસના આચાર્ય- શિક્ષક બન્યા વિદ્યાર્થિઓ કેમ મોડી કરાઇ શિક્ષક દિનની ઉજવણી/LIKE INDIA
બોડેલી-એક દિવસના આચાર્ય- શિક્ષક બન્યા વિદ્યાર્થિઓ કેમ મોડી કરાઇ શિક્ષક દિનની ઉજવણી/LIKE INDIA
ઘીંકાટા મા ભકતો ના ઘરે ગણેશજીની સ્થાપના
અમદાવાદ ઘીંકાટા વિસ્તાર મા આવેલ પટણી શેરી વિસ્તાર મા નિલેશભાઈ વાઘેલા ના ઘરે ગણેશજીની આગતા સ્વાગતા...
বামুণবাৰী আৰক্ষী চকী অন্তৰ্গত গাওঁৰক্ষী সংগঠনৰ বামুনবাৰী আৰক্ষী চৌকিত স্বাধীনতা দিৱসৰ সম্পৰ্কে এখন সভা হয়
আগন্তুক স্বাধীনতা দিৱস উপলক্ষে ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰবিখযা কাৰ্যালয়ৰ অন্তৰ্গত বামুণবাৰী...