দৰং জিলা প্ৰশাসনৰ উদ্যোগত খাৰুপেটীয়া আৰক্ষী থানাৰ আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত আজি আৰিমাৰী বজাৰত বাল্য বিবাহ, নাৰী নিৰ্যাতন, মদ , ভাং, ড্ৰাগছ, শিশু শ্ৰমিক, চুৰি-ডকাইত আদি বিভিন্ন ধৰণৰ অসমাজিক কাৰ্যকলাপ বিৰুদ্ধে এখনি বিশেষ সজাগতা সভা অনুষ্ঠিত হয়। থানা পৰিচালনা কমিটিৰ সভাপতি ৰফিকুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত খাৰুপেটীয়া থানাৰ পৰিদৰ্শক মনোৰঞ্জন গগৈ, চক্ৰ সংগঠক মহেশ শৰ্মা, আৰিমাৰী পঞ্চায়তৰ সভাপতি ৰফিক আলী, থানা পৰিচালনা কমিটিৰ সহ সম্পাদক কৃষ্ণ সাহা, সমাজ সেৱক নিজাম উদ্দীন আহমেদ, মতলেব আলী আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকি অসমাজিক কাৰ্যকলাপ সমূহ সমাজৰ পৰা কেনেকৈ নিৰ্মূল কৰিব পাৰি সেই বিষয়ে গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। সভাত বিভিন্ন দল-সংগঠনৰ নেতা -কৰ্মী, আশাকৰ্মী, মহিলা গোটৰ সদস্যা, বিভিন্ন গাঁওৰক্ষী বাহিনীৰ সম্পাদক-সম্পাদিকাৰ লগতে অঞ্চলটিৰ কেবাজনো বিশিষ্ট লোক সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ઈશુદાન ગઢવી એ આપ્યું મહત્વનું નિવેદન
ઈશુદાન ગઢવી એ આપ્યું મહત્વનું નિવેદન
श्रमिक प्राण महेन्द्र नाथ शर्मा स्मृति अंतर बागान फुटबॉल टूर्नामेंट में आज मौखुटी चाय बागान की जीत
श्रमिक प्राण महेन्द्र नाथ शर्मा स्मृति अंतर बागान फुटबॉल टूर्नामेंट में आज मौखुटी चाय बागान की जीत
OnePlus स्मार्टफोन यूजर्स की मौज! Android 15 से लैस OxygenOS 15 अपडेट की रिलीज डेट आई सामने
वनप्लस ने अपने लेटेस्ट OxygenOS 15 सॉफ्टवेयर अपडेट की रिलीज डेट का एलान कर दिया है। यह अपडेट...
Adipurush Worldwide Collection: 3 दिन में ही 'आदिपुरुष' ने बना डाला ये रिकॉर्ड, 'पठान' को दे रही कड़ी टक्कर
साउथ फिल्मों के सुपरस्टार प्रभास (Prabhas) और बॉलीवुड की 'परम सुंदरी' एक्ट्रेस कृति...