নগাঁৱৰ পৰা কেৰেলালৈ সৰবৰাহ হয় হেৰোইন ৷ এই চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে আৰক্ষীৰ অভিযানত ৷ নগাঁও সদৰ থানাৰ আৰক্ষীয়ে চলোৱা এক অভিযানত উদ্ধাৰ হৈছে বাছ আস্থানৰ পৰা ড্ৰাগছ ৷নগাঁও আৰক্ষীয়ে গোপন সুত্ৰ পম খেদি নগাঁও চহৰৰ ধিঙ গেইটত থকা মৈৰাবাৰী ট্ৰেভেল এজেঞ্চিত অভিযান চলাই ৷ এই অভিযানৰ সময়ত এজেঞ্চিটোৰ কাউন্টাৰৰ পৰা দুটি বস্কত ভৰাই থোৱা হেৰ’ইন খিনি উদ্ধাৰ কৰা হয় ৷এটা বেগত হেৰ’ইন বক্স দুটা উদ্ধাৰ কৰাৰ লগতে কেবাখনো আধাৰ কাৰ্ডো আৰক্ষী উদ্ধাৰ কৰে ৷ অৱশ্যে আৰক্ষীয়ে কোনো লোকক ঘটনাৰ সন্দৰ্ভত কৰায়ত্ব কৰা নাই ৷ মঙ্গলবাৰৰ আৰক্ষীৰ অভিযানৰ সময়ত কাউন্টাৰটোত কোনো লোক নাছিল ৷ স্থানীয় লোকে বাছকাউন্টাৰটো বন্ধ কৰি দিয়াৰ দাবী জনাইছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মাজুলীত গীতে - মাতে সুধাকণ্ঠৰ ওপজা দিন পালন
# মাজুলীত গীতে - মাতে সুধাকণ্ঠৰ ওপজা দিন পালন ।
# ব্যতিক্রমী ৰূপত অসমবাসীৰ হিয়াৰ...
राजस्थानी छोरे का अमेरिका में कमाल! सिर पर कांच के 18 गिलास, उसके ऊपर मटका रख किया डांस
राजस्थानी छोरा प्रवीण प्रजापत ने अपनी अद्भुत कलाकारी से अमेरिका वासियों का दिल जीत लिया. एक दिन...
Covid-19 Cases in India: देश में कोरोना के 9355 नए मामले, पढ़ें- बीते पांच दिनों से कैसे घट-बढ़ रहे केस
देश में कोरोना के मामलों में उतार-चढ़ाव देखने को मिल रहा है। स्वास्थ्य मंत्रालय ने बताया कि बीते...
Vivo T3x और iQOO Z9x जल्द होंगे लॉन्च, BIS सर्टिफिकेशन पर सामने आई स्पेसिफिकेशन्स की डिटेल
Vivo T3x और iQOO Z9x को ब्लूटूथ SIG और BIS (ब्यूरो ऑफ इंडियन स्टैंडर्ड) सर्टिफिकेशन साइट पर V2238...