# মাজুলীত গীতে - মাতে সুধাকণ্ঠৰ ওপজা দিন পালন ।
# ব্যতিক্রমী ৰূপত অসমবাসীৰ হিয়াৰ আমঠু গৰাকীৰ স্মৰণ ।
# উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ত ব্যতিক্রমী অনুষ্ঠান।
# অধ্যক্ষ ড° জাহ্নৱী লহকৰ বৰুৱাই আবৃত্তি কৰিলে কবিতা।
# মহাবিদ্যালয়খনৰ শিক্ষক- কৰ্মচাৰীৰ কন্ঠত সুমধুৰ গীত।
# ছাত্র-ছাত্ৰী সকলেও পৰিবেশন কৰে গীত-কবিতা।
# সমগ্র ৰাজ্যৰ লগতে মহাবিদ্যালয়খনতো ওলহ- মালহেৰে পালন কৰে সুধাকণ্ঠৰ ওপজা দিন।